দশম মানৰ বিজ্ঞানৰ সম্পূৰ্ণ পাঠ্যক্ৰম । Class 10 Science Complete Study Package। Detail Notes, Q&A, MCQ, Important questions, PYQs আৰু Sample Papers ৰ সম্পূৰ্ণ পাঠ্যক্ৰম ।

About Course
বিজ্ঞানৰ নোটচ প্ৰস্তুতকলৈ তুমি সমস্যাৰ সন্মুখীন হৈছা? অত্যধিক বোজা, অনিশ্চয়তা, সংশয় এইবোৰক লৈ তুমি জুৰুলা হৈছে? লগতে কেনেধৰণৰ MCQs আহিব, Question Pattern কেনেকুৱা হ’ব? কি কি শৈলী অৱলম্বন কৰিব লাগিব সেয়া তোমাৰ জ্ঞাত নহয় ? বছৰৰ গোটেই সময়কণ নোটসমূহ প্ৰস্তুত আৰু বেলেগৰ পৰা আহৰণ কৰোঁতেই পাৰ হৈ যায় ? অপ্ৰিয় হ’লে সঁচা।
কিন্তু ভয়ৰ কাৰণ কি? নিশ্চয় প্ৰতিটো সমস্যাৰেই সমাধান আছে । গতিকে আমাৰ এই পাঠ্যক্ৰমত বিজ্ঞানৰ সম্পূৰ্ণ শুদ্ধ, উপযুক্ত আৰু বৰ্তমানৰ SEBA ৰ পৰীক্ষাৰ আৰ্হি আধাৰত আধাৰিত সকলো সমল উপলব্ধ।
এই সমলখিনিয়ে যথেষ্ট তোমালোকক পৰীক্ষাত জিলিকাই তুলিবলৈ।
ইয়াতে প্ৰতিটো অধ্যায়ৰ-
- সম্পূৰ্ণ REVISION NOTES,
- দক্ষতা বৃদ্ধিৰ বাবে প্ৰত্যাহ্বানমূলক MCQ,
- আত্মবিশ্বাস বঢ়োৱাৰ বাবে Important Questions,
- আৰু প্ৰস্তুতি নিখুঁত কৰাৰ বাবে বাস্তৱসন্মত Sample Papers – এই পাঠ্যক্ৰমত উপলব্ধ ।
বহুবছৰৰ অভিজ্ঞতা আৰু বিশেষজ্ঞৰ দ্বাৰা যত্নৰে তৈয়াৰ কৰা এই পাঠ্যক্ৰমে তোমাক চাপমুক্ত কৰি সৰ্বোচ্চ নম্বৰৰ বাবে দক্ষ কৰি তুলিব । এতিয়াই Enroll কৰা আৰু অনাগত পৰীক্ষাৰ সফলতাৰ দুৱাৰ মুকলি কৰা ।
আমি কথা দিছোঁ এই পাঠ্যক্ৰমৰ দ্বাৰা তুমি কেতিয়াও অসন্তুষ্ট নোহোৱা।
Course Content
Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
-
Detail Revision Notes