SEBA English Notes Chapter 7: II Coorg । Summary in Assamese First Flight Textbook | Coorg Summary

এই পোষ্টত Class 10 ৰ English পাঠ্যপুথিৰ Chapter 7: Glimpses of India II – Coorg ৰ – সাৰাংশ, মূল ভাব, Important Word Meanings আদি সৰল আৰু সহজকৈ Assamese ত উপস্থাপন কৰা হৈছে ।

Explore our SEBA English textbook Summary, geographical analysis, important vocabulary and cultural insights from Chapter 7: Glimpses of India II – Coorg. Best Assamese explanation of Lokesh Abrol’s description of Coorg’s coffee plantations, wildlife, and Kodava traditions.

Coorg - Study Notes

Chapter 7: Coorg - Study Notes

Summary

Coorg, also known as Kodagu, is the smallest district of Karnataka, located midway between Mysore and Mangalore. It is a beautiful region of rolling hills, evergreen rainforests, and coffee and spice plantations. The district is famous for its scenic beauty, pleasant weather from September to March, and heavy rainfall during the monsoons. Coorg is home to the fiercely independent Kodava people, who are believed to be of Greek or Arabic descent, with a rich culture reflected in their martial traditions, marriage, and religious practices. The Kodavas are known for their hospitality and bravery, with the Coorg Regiment being one of the most decorated in the Indian Army. General Cariappa, the first Chief of the Indian Army, was a Coorgi. The Kodavas are uniquely allowed to carry firearms without a license. The Kaveri River, originating in Coorg’s hills, supports abundant wildlife, including fish, birds, and mammals. Adventure activities like river rafting, canoeing, rappelling, and trekking attract visitors, while the Brahmagiri hills offer stunning views. Nisargadhama, a 64-acre island, and the Tibetan settlement at Bylakuppe, with its colorful monks, add to Coorg’s charm. The chapter portrays Coorg as a blend of natural beauty, cultural richness, and adventure.

Assamese Summary

কূৰ্গ বা কোডাগু হৈছে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা, যিখন মহীশূৰ আৰু মাংগালোৰৰ মাজত অৱস্থিত। এই অঞ্চলটো পাহাৰ, চিৰসেউজ জংঘল, কফি আৰু মছলাৰ খেতিৰ বাবে বিখ্যাত। জিলাখনৰ ৩০% অঞ্চল চিৰসেউজ জংঘলেৰে আবৃত। বৰষুণৰ সময়ত প্ৰচুৰ বৰষুণ হয়, কিন্তু ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ আবহাৱা সুবেই ধুনীয়া হয়। কূৰ্গৰ স্বাধীনচেতীয়া কোডাভা জনগোষ্ঠীৰ গ্ৰীক বা আৰবীয় মূলৰ বুলি ধাৰণা কৰা হয়। তেওঁলোকৰ সংস্কৃতি- যুদ্ধৰ পৰম্পৰা, বিবাহ আৰু ধৰ্মীয় আচাৰত প্ৰকাশ পায়। কোডাভাসকল আতিথ্যৰ বাবে বিখ্যাত আৰু তেওঁলোকৰ বীৰত্বৰ কাহিনী শুনাবলৈ সদায় সাজু। কূৰ্গ ৰেজিমেণ্ট ভাৰতীয় সেনাৰ অন্যতম সন্মানিত ৰেজিমেন্ট, আৰু প্ৰথম সেনাধ্যক্ষ জেনেৰেল কাৰিয়াপ্পা এজন কোডাভা ব্যক্তি আছিল। কোডাভাসকলক বিনা অনুজ্ঞাপত্ৰে অস্ত্ৰ বহনৰ অনুমতি দিয়া হৈছে। কূৰ্গৰ পাহাৰ আৰু জংঘলৰ পৰা উৎপন্ন কাৱেৰী নদীত মাছ, চৰাই আৰু বন্যপ্ৰাণীৰ প্ৰাচুৰ্য্য আছে। নদীত ৰাফটিং, কেনুৱিং, ৰেপেলিং, পৰ্বতাৰোহণ আৰু ট্ৰেকিংৰ দৰে দুঃসাহসিক কাৰ্যকলাপ জনপ্ৰিয়। ব্ৰহ্মগিৰি পাহাৰৰ পৰা কূৰ্গৰ মনোমোহা দৃশ্য দেখা যায়। নিসৰ্গধামা দ্বীপ আৰু বাইলাকুপ্পেৰ তিব্বতীয় বসতি, য’ত ৰঙীন সন্ন্যাসীসকলক দেখা যায়, যিয়ে কূৰ্গৰ আকৰ্ষণ বৃদ্ধি কৰে। এই পাঠত কূৰ্গক প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক ঐতিহ্য আৰু দুঃসাহসিকতাৰ মিলন হিচাপে উপস্থাপন কৰা হৈছে।

Important Vocabulary

English Word English Meaning Assamese Meaning
Drifted Been carried along gently by air. প্ৰবাহ। অৰ্থাৎ বতাহৰ দ্বাৰা মৃদুভাৱে হোৱা প্ৰবাহ
Martial Having to do with war. সামৰিক। যুদ্ধবিষয়ক।
Canopies Roof-like coverings that form shelters. ছাঁদৰ দৰে আৱৰণ যিয়ে আশ্ৰয় প্ৰদান কৰে।
Prime Best; most important. সৰ্বোত্তম; প্ৰধান।
Mainstream A tradition or practice which most people follow. মূল ধাৰা; সৰ্বাধিক মানুহে অনুসৰণ কৰা পৰম্পৰা।
Valour Courage and bravery, usually in war. সাহস আৰু বীৰত্ব, সাধাৰণতে যুদ্ধত।
Most Decorated Having received the maximum number of awards for bravery in war. সুসজ্জিত।
Laidback Relaxed; not in a hurry. শান্ত; ক্ষীপ্ৰ নকৰা।
Rafting Travelling in a river in a raft (a floating platform made by tying planks together). নদীত ভেলেৰে (কাঠৰ তক্তাৰে সজোৱা উপঙি থকা মঞ্চ) যাত্ৰা কৰা।
Canoeing Travelling in a river in a canoe (a large, narrow boat). নদীত কেনু (দীঘল, সৰু নাও)ৰে যাত্ৰা কৰা।
Rappelling Going down a cliff by sliding down a rope. ৰছীৰ দ্বাৰা পাহাৰৰ পৰা নামি অহা।
Trails Paths created by walking. খোজ কাঢ়ি সৃষ্ট পথ।
Panoramic View A view of a wide area of land. বিস্তৃত অঞ্চলৰ দৃশ্য।
Evergreen Plants or forests that remain green throughout the year. বছৰজুৰি সেউজীয়া হৈ থকা গছ বা জংঘল।
Fiercely In a very strong or intense manner. অতি তীব্ৰ বা শক্তিশালীভাৱে।
Hospitality Friendly and generous reception of guests. অতিথিপৰায়ণ; অতিথিৰ প্ৰতি উদাৰ আৰু বন্ধুত্বপূৰ্ণ আচৰণ।
Abound Exist in large numbers or amounts. প্ৰচুৰ পৰিমাণে থকা।
Mischief Playful misbehavior or troublemaking. দুষ্টামি।
Trekkers People who go on long walks, especially in mountains or forests. পাহাৰ বা জংঘলৰ দীঘলীয়া বাটেৰে খোজকাঢ়ি যোৱা লোক।
Monks Members of a religious community, typically living under vows of poverty and simplicity. ধৰ্মীয় সম্প্ৰদায়ৰ সদস্য, সাধাৰণতে দৰিদ্ৰতা আৰু সৰল জীৱনৰ প্ৰতিজ্ঞা লৈ জীৱন যাপন কৰা লোক।

Main Theme

English:

The main theme of the chapter "Coorg" is the celebration of the natural beauty, cultural richness, and unique heritage of Coorg, a small district in Karnataka. The chapter highlights the region's lush rainforests, coffee plantations, and adventure opportunities, alongside the proud and hospitable Kodava people, their martial traditions, and their historical significance. It portrays Coorg as a harmonious blend of nature, culture, and adventure, inviting readers to explore its serene yet vibrant essence.

Assamese:

"কূৰ্গ" পাঠৰ মূল বিষয়বস্তু হৈছে কৰ্ণাটকৰ এখন সৰু জিলা কূৰ্গৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক ঐতিহ্য আৰু অনন্য পৰিচয়ৰ বিষয়ে কৰা সবিশেষ বৰ্ণনা বা প্ৰশংসা। পাঠত কূৰ্গৰ সেউজীয়া জংঘল, কফিৰ খেতি, আৰু দুঃসাহসিক কাৰ্যকলাপৰ কথা উল্লেখ কৰা হৈছে, লগতে স্বাধীনচেতীয়া আৰু আতিথ্যপৰায়ণ কোডাভা জনগোষ্ঠীৰ যুদ্ধৰ পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্বৰ কথাও বৰ্ণনা কৰা হৈছে। কূৰ্গক প্ৰাকৃতি, সাংস্কৃতি আৰু দুঃসাহসিকতাৰ এক মনোমোহা মিলন হিচাপে উপস্থাপন কৰি পাঠকক ইয়াৰ শান্ত অৰ্থাৎ জীৱন্ত সত্ত্বা অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

Author Bio - Mukut
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

English Contents - Class 10 SEBA Board

English Notes Class 10

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media