Most Common or Sight Words in English With Assamese Meaning |
The Most Commonly Used Sight Words.
Common or Sight Words হৈছে এনে কিছুমান শব্দ যিবোৰ আমি প্ৰতিদিনে কথা-বতৰাত আৰু পঢ়া-শুনাত ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ বহু ল’ৰা ছোৱালীয়ে এই সাধাৰণ শব্দবোৰ উলাই কৰি চলে । ইংৰাজী ভাষাটো শিকিবলৈ, বুজিবলৈ প্ৰথমে Common Words বা Sight words বোৰ জানিব লাগিব । ইয়াত আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই শব্দবোৰৰ অসমীয়া অৰ্থ আৰু ইংৰাজী উচ্চাৰণসহ লিপিবদ্ধ কৰা হৈছে । তলত দিয়া তালিকাত Beginner and Intermediate স্তৰৰ সাধাৰণ শব্দবোৰ দিয়া হৈছে। ই তোমালোকক নিশ্চিতভাৱে সহায় কৰিব । Common Words or Sight words শিকাৰ পাছত Next Topic বোৰ এফালৰ পৰা শিকি যাবা। তলত প্ৰতিটো Lesson আগবঢ়োৱা হৈছে ।
Beginner Common Words
English Word | Pronunciation | Assamese Meaning |
---|---|---|
the | দি | দ্য |
and | এন্ড | আৰু |
is | ইজ | হয়, হওঁ |
you | ইউ | তুমি |
to | টু | লৈ |
in | ইন | ভিতৰত |
it | ইট | এইটো |
he | হি | তেওঁ |
she | শ্বি | তাই |
was | ৱজ | আছিল |
for | ফৰ | বাবে |
on | অন | ওপৰত |
are | আৰ | আছে / হয় |
with | উইথ | সৈতে, লগত |
his | হিজ | তাৰ |
they | দে | সিহঁত |
at | এট | ত |
be | বি | হোৱা |
this | দিচ | এই |
have | হেভ | আছে / থকা |
from | ফ্ৰম | পৰা |
one | ৱান | এটা |
we | উই | আমি |
said | চেড | ক'লে, কৈছিল |
not | নট | নহয় |
good | গুড | ভাল |
see | ছি | দেখা |
play | প্লে | খেলা |
come | কাম | আহা |
here | হিৰ | ইয়াত |
Intermediate Common Words
English Word | Pronunciation | Assamese Meaning |
---|---|---|
about | এবাউট | সম্পৰ্কে |
all | অল | সকলো |
but | বাট | কিন্তু |
can | কেন | পৰা |
do | ডু | কৰা |
each | ইচ | প্ৰত্যেক |
get | গেট | পোৱা |
go | গো | যোৱা |
her | হাৰ | তাইৰ |
how | হাউ | কেনেকৈ |
if | ইফ | যদি |
into | ইনটু | ভিতৰলৈ |
like | লাইক | ভাল লগা |
make | মেক | বনোৱা |
many | মেনি | বহুত |
more | মোৰ | অধিক |
my | মাই | মোৰ |
no | নো | নাই |
now | নাউ | এতিয়া |
out | আউট | বাহিৰত |
so | ছ' | তেনেদৰে |
some | চাম | কিছুমান |
than | দেন | তুলনাত |
that | দেট | সেইটো, সেই |
there | দেৰ | তাত |
up | আপ | ওপৰলৈ |
when | হুয়েন | কেতিয়া |
which | হুইচ | কোনটো |
who | হু | কোন |
will | উইল | হ'ব |
time | টাইম | সময় |
know | নো | জনা |
take | টেক | লোৱা |
what | হোৱাট | কি |
where | হুয়েৰ | ক'ত |