Most Used Noun Words in English With Assamese Meaning |

The Most Commonly Used Naming Words

Common Naming Words or Noun Words হৈছে এনে কিছুমান শব্দ যিবোৰ আমি প্ৰতিদিনে কথা-বতৰাত আৰু পঢ়া-শুনাত ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ বহু ল’ৰা ছোৱালীয়ে এই সাধাৰণ শব্দবোৰ উলাই কৰি চলে । ইংৰাজী ভাষাটো শিকিবলৈ, বুজিবলৈ প্ৰথমে Common Words বা Sight words বোৰ জানিব লাগিব । ইয়াত আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই শব্দবোৰৰ অসমীয়া অৰ্থ আৰু ইংৰাজী উচ্চাৰণসহ লিপিবদ্ধ কৰা হৈছে । তলত দিয়া তালিকাত Beginner and Intermediate স্তৰৰ সাধাৰণ শব্দবোৰ দিয়া হৈছে। ই তোমালোকক নিশ্চিতভাৱে সহায় কৰিব । Common Words or Sight words শিকাৰ পাছত Next Topic বোৰ এফালৰ পৰা শিকি যাবা। তলত প্ৰতিটো Lesson আগবঢ়োৱা হৈছে ।

Noun Words

Noun Words

Family Members

English Word Pronunciation Meaning
mother মাদাৰ মা
father ফাদাৰ পিতা
brother ব্ৰাদাৰ ভাই
sister চিচটাৰ ভনী
baby বেবী শিশু
aunt আন্ট মামী, পেহী, মাহী ইত্যাদি
uncle আংকল মামা, খুৰা ইত্যাদি
niece নীচ ভতিজী
nephew নেফিউ ভাগিন, ভতিজা
grandmother গ্ৰেন্দমাদাৰ আইতা
grandfather গ্ৰেন্দফাদাৰ ককা
son চন পুত্ৰ
daughter ডটাৰ জীয়ৰী
cousin কাজিন ভাই-ভনী

Animals

English Word Pronunciation (Assamese Script) Assamese Meaning
dog ডগ কুকুৰ
cat কেট মেকুৰী
bird বাৰ্ড চৰাই
fish ফিচ মাছ
cow কাউ গাই
horse হৰ্চ ঘোঁৰা
goat গ’ট ছাগলী
sheep শ্বীপ ভেৰা
pig পিগ গাহৰি
elephant এলিফেণ্ট হাতী
tiger টাইগাৰ বাঘ
lion লায়ন সিংহ

Birds

English Word Pronunciation (Assamese Script) Assamese Meaning
crow ক্ৰ’ কাউৰী
sparrow স্পেৰ’ চৰাই
parrot পেৰট ভাটৌ
eagle ঈগল ঈগল
duck ডাক হাঁহ
pigeon পিজন পাৰ
owl আউল ফেঁচা
peacock পীকক ময়ূৰ

Fruits

English Word Pronunciation (Assamese Script) Assamese Meaning
apple এপল আপেল
banana বেনানা কল
mango মেঙ্গ’ আম
orange অৰেঞ্জ কমলা
grape গ্ৰেপ আঙুৰ
pineapple পাইনএপল আনাৰচ
guava গুৱাভা মধুৰিআম
watermelon ৱাটাৰমেলন তৰমুজ

Vegetables

English Word Pronunciation (Assamese Script) Assamese Meaning
potato পটেট’ আলু
carrot কেৰট গাজৰ
tomato টমেট’ বিলাহী
onion অনিয়ন পিয়াজ
cabbage কেবেজ বান্ধাকপি
spinach স্পিনেচ পালেং
pea পী মটৰ

Flowers

English Word Pronunciation (Assamese Script) Assamese Meaning
rose ৰ’জ গোলাপ
lotus ল’টাচ পদুম
sunflower চানফ্লাৱাৰ সূৰ্যমুখী
marigold মেৰিগ’ল্ড গেন্ধেৰা ফুল
tulip টিউলিপ টিউলিপ
jasmine জেছমিন জুঁই

Colors

English Word Pronunciation (Assamese Script) Assamese Meaning
red ৰেড ৰঙা
blue ব্লু নীল
green গ্ৰীন সেউজীয়া
yellow য়েল’ হালধীয়া
black ব্লেক ক’লা
white হোৱাইট বগা

Body Parts

English Word Pronunciation (Assamese Script) Assamese Meaning
head হেড মূৰ
hand হেণ্ড হাত
leg লেগ ভৰি
eye আই চকু
ear ইয়াৰ কাণ
nose ন’জ নাক
mouth মাউথ মুখ
finger ফিঙ্গাৰ আঙুলি
foot ফুট পদ
hair হেয়াৰ চুলি

Clothing

English Word Pronunciation (Assamese Script) Assamese Meaning
shirt শাৰ্ট চাৰ্ট
pant পেণ্ট পেণ্ট
shoe শু জোতা
hat হেট টুপী
socks চক্স মোজা
dress ড্ৰেচ পোছাক

Food and Drinks

English Word Pronunciation (Assamese Script) Assamese Meaning
rice ৰাইচ ভাত
bread ব্ৰেড পাউৰুটী
water ৱটাৰ পানী
milk মিল্ক গাখীৰ
juice জুচ ৰস
tea টী চাহ

Household Items

English Word Pronunciation (Assamese Script) Assamese Meaning
table টেবল মেজ
chair চেয়াৰ চকী
bed বেড বিছনা, খাট
door ড’ৰ দুৱাৰ
window উইণ্ড’ খিৰিকী
fan ফেন পাখি

School Supplies

English Word Pronunciation (Assamese Script) Assamese Meaning
book বুক কিতাপ
pencil পেন্সিল পেঞ্চিল
bag বেগ বেগ
eraser ইৰেজাৰ ৰবৰ
ruler ৰুলাৰ স্কেল
pen পেন কলম

Places

English Word Pronunciation (Assamese Script) Assamese Meaning
home হ’ম ঘৰ
school স্কুল বিদ্যালয়
park পাৰ্ক উদ্যান
shop শপ দোকান
road ৰ’ড পথ
market মাৰ্কেট বজাৰ

Weather

English Word Pronunciation (Assamese Script) Assamese Meaning
sun চান সূৰ্য
rain ৰেইন বৰষুণ
cloud ক্লাউড মেঘ
wind উইণ্ড বতাহ
snow স্ন’ বৰফ
storm ষ্টৰ্ম ধুমুহা

Days of the Week

English Word Pronunciation (Assamese Script) Assamese Meaning
Monday মাণ্ডে চোমবাৰ
Tuesday টিউজডে মঙ্গলবাৰ
Wednesday ৱেডনেছডে বুধবাৰ
Thursday থাৰ্ছডে বৃহস্পতিবাৰ
Friday ফ্ৰাইডে শুক্ৰবাৰ
Saturday চেটাৰডে শনিবাৰ
Sunday চাণ্ডে ৰবিবাৰ

Months of the Year

English Word Pronunciation (Assamese Script) Assamese Meaning
January জেনুৱেৰী জানুৱাৰী
February ফেব্ৰুৱেৰী ফেব্ৰুৱাৰী
March মাৰ্চ মাৰ্চ
April এপ্ৰিল এপ্ৰিল
May মে মে’ই
June জুন জুন
July জুলাই জুলাই
August আগষ্ট আগষ্ট
September চেপ্টেম্বৰ চেপ্তেম্বৰ
October অক্ট’বৰ অক্টোবৰ
November নভেম্বৰ নৱেম্বৰ
December ডিচেম্বৰ ডিচেম্বৰ

Numbers

English Word Pronunciation (Assamese Script) Assamese Meaning
one ৱান এটা
two টু দুটা
three থ্ৰী তিনিটা
four ফ’ৰ চাৰিটা
five ফাইভ পাঁচটা
six ছিক্স ছয়টা

Toys

English Word Pronunciation (Assamese Script) Assamese Meaning
ball বল বল
doll ডল পুতলা
car কাৰ গাড়ী
kite কাইট লতা
block ব্লক ব্লক
toy টয় খেলনা

Vehicles

English Word Pronunciation (Assamese Script) Assamese Meaning
car কাৰ গাড়ী
bus বাছ বাছ
bike বাইক বাইক
train ট্ৰেইন ৰেলগাড়ী
plane প্লেন বিমান
boat ব’ট নাও

Feelings

English Word Pronunciation (Assamese Script) Assamese Meaning
happy হেপী সুখী
sad চেড দুখী
angry এংগ্ৰী খং
tired টায়াৰ্ড ক্লান্ত
hungry হাংগ্ৰী ভোক
scared স্কেয়াৰ্ড ভয়

Jobs

English Word Pronunciation (Assamese Script) Assamese Meaning
teacher টীচাৰ শিক্ষক
doctor ডক্টৰ ডাক্তৰ
farmer ফাৰ্মাৰ কৃষক
driver ড্ৰাইভাৰ চালক
cook কুক ৰান্ধনী

Nature

English Word Pronunciation (Assamese Script) Assamese Meaning
tree ট্ৰী গছ
river ৰিভাৰ নদী
mountain মাউণ্টেন পৰ্বত
sky স্কাই আকাশ
star ষ্টাৰ তৰা

Pronoun Words

Pronoun Words

Pronouns

English Word Pronunciation (Assamese Script) Assamese Meaning
I আই মই
you ইউ তুমি
he হি তেওঁ (পুৰুষ)
she শি তেওঁ (স্ত্ৰী)
it ইট ইয়াৰ
we উই আমি
they দে তেওঁলোক
mine মাইন মোৰ
yours ইয়’ৰ্ছ তোমাৰ
his হিজ তেওঁৰ (পুৰুষ)
hers হাৰ্ছ তেওঁৰ (স্ত্ৰী)
ours আৰ্ছ আমাৰ
theirs দেয়াৰ্ছ তেওঁলোকৰ
myself মাইচেল্ফ মোৰ নিজৰ
yourself ইয়’ৰচেল্ফ তোমাৰ নিজৰ
himself হিমচেল্ফ তেওঁৰ নিজৰ (পুৰুষ)
herself হাৰচেল্ফ তেওঁৰ নিজৰ (স্ত্ৰী)
itself ইটচেল্ফ ইয়াৰ নিজৰ
ourselves আৰচেল্ভছ আমাৰ নিজৰ
themselves দেমচেল্ভছ তেওঁলোকৰ নিজৰ
this দিচ এইটো
that দেট সেইটো
these দীজ এইবোৰ
those দ’জ সেইবোৰ
who হু কোন
whom হুম কাক
whose হুজ কাৰ
what হোৱাট কি
which হুইচ কোনটো
who হু যি (ব্যক্তিৰ বাবে)
whom হুম যাক
whose হুজ যাৰ
that দেট যিটো
which হুইচ যিটো (বস্তুৰ বাবে)

Parts of Speech all Lessons