SEBA Class 10 Science Chapter 3: Metals and Non-Metals | ধাতু আৰু অধাতু

SEBA Class 10 Science Chapter 3 Notes: Metals and Non-Metals (ধাতু আৰু অধাতু) for HSLC 2026 | Assamese Medium

Class 10 Science Chapter 3 Notes Metals and Non-Metals (ধাতু আৰু অধাতু) for HSLC 2026

Class 10 Science Chapter 3 Notes Metals and Non-Metals (ধাতু আৰু অধাতু) under SEBA syllabus are crucial for HSLC 2026 preparation. These notes explain the physical and chemical properties of metals and non-metals clearly and concisely in Assamese medium, following NCERT Class 10 Science guidelines.

The Class 10 Science Chapter 3 Notes Metals and Non-Metals (ধাতু আৰু অধাতু) help students understand key concepts like malleability, ductility, conductivity, and chemical reactivity. These SEBA Class 10 Science notes provide easy diagrams, real-life examples, and quick summaries for fast revision before exams.

Use these Class 10 Science Chapter 3 Notes Metals and Non-Metals for mastering core topics and revising quickly for HSLC 2026. Practice extra with the MCQs for Metals and Non-Metals and review concepts from the official NCERT Class 10 Science textbook. The chapter on ধাতু আৰু অধাতু is a scoring part of the SEBA Class 10 Science exam.

SEBA Class 10 Science Chapter 3 Notes: Metals and Non-Metals | ধাতু আৰু অধাতু

✦ ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম (Physical Properties of Metals and Non-Metals)

ধাতু (Metals) অধাতু (Non-Metals)
ভৌতিক অৱস্থা (Physical State): সাধাৰণ উষ্ণতাত ধাতুবোৰ গোটা অৱস্থাত থাকে। ব্যতিক্ৰম: মাৰ্কাৰী বা পাৰা সাধাৰণ উষ্ণতাত তৰল। ভৌতিক অৱস্থা (Physical State): সাধাৰণ উষ্ণতাত অধাতুবোৰ গোটা বা গেছীয় অৱস্থাত থাকে। ব্যতিক্ৰম: ব্ৰ'মিন (Br₂); ই সাধাৰণ উষ্ণতাত তৰল।
নমনীয়তা (Ductility): ধাতুবোৰ নমনীয় অর্থাৎ ধাতুবোৰক টানি তাঁৰ প্ৰস্তুত কৰিব পৰা যায়। সোণ আৰু ৰূপ আটাইতকৈ বেছি নমনীয় ধাতু। আটাইতকৈ নমনীয়তা ধাতু: সোণ। নমনীয়তা (Ductility): অধাতুবোৰ নমনীয় নহয়।
ঘাতসহনীয়তা (Malleability): ধাতুবোৰ ঘাতসহনীয় হয় অর্থাৎ ইহঁতক পিটি পাতল পাত তৈয়াৰ কৰিব পাৰি। আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম: সোণ আৰু ৰূপ। ঘাতসহনীয়তা (Malleability): অধাতুবোৰ ঘাত সহনীয় নহয় অর্থাৎ ইহঁতক পিটি পাতল পাত তৈয়াৰ কৰিব নোৱাৰি।
বিদ্যুৎ পৰিবাহীতা (Electrical Conductivity): ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। ব্যতিক্ৰম: বিছমাথ (Bi)। বিদ্যুৎ পৰিবাহীতা (Electrical Conductivity): অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। ব্যতিক্ৰম: গ্ৰেফাইট।
তাপ পৰিবাহীতা (Thermal Conductivity): তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম: ৰূপ আৰু তাম। ধাতুৰ ক্ষেত্ৰত তাপৰ আটাইতকৈ বেছি সুপৰিবাহী: ৰূপ। তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম: সীহ আৰু পাৰা (Hg)। তাপ পৰিবাহীতা (Thermal Conductivity): তাপৰ আটাইতকৈ বেছি সুপৰিবাহী: হীৰা।
চিক্মিকনি (Lustre): ধাতুবোৰ চিক্মিকাই থাকে। চিক্মিকনি (Lustre): অধাতুবোৰ চিক্মিকাই নাথাকে। ব্যতিক্ৰম: আয়ডিন আৰু গ্ৰেফাইট চিক্মিকনি থাকে।
শব্দ (Sound): কঠিন পৃষ্ঠৰ লগত খুন্দা লাগিলে ধাতুই শব্দ উৎপন্ন কৰে। ইয়াক ধাতুৰ নিনাদী গুণ বোলে। শব্দ (Sound): শব্দ উৎপন্ন নকৰে।
কঠোৰতা (Hardness): ধাতুবোৰ সাধাৰণতে কঠিন। ব্যতিক্ৰম: ছডিয়াম, লিথিয়াম আৰু পটাছিয়াম কোমল আৰু ইয়াক কটাৰীৰে কাটিব পাৰি। কঠোৰতা (Hardness): সাধাৰণতে কোমল। ব্যতিক্ৰম: হীৰা। কাৰ্বনৰ অন্য এটা ৰূপ। ই আটাইতকৈ কঠিন পদাৰ্থ।
বিদ্যুৎ আধান (Electrical Charge): ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল। বিদ্যুৎ আধান (Electrical Charge): অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল। বহিঃখোলত এটা ইলেক্ট্ৰ'ন থকা অধাতু এটাৰ নাম: হাইড্ৰজেন।
অক্সাইডৰ প্ৰকৃতি (Nature of Oxides): ধাতুবোৰে ক্ষাৰকীয় অক্সাইড গঠন কৰে। অক্সাইডৰ প্ৰকৃতি (Nature of Oxides): অধাতুবোৰে আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে।
কাৰ্বনৰ বহুৰূপ (Allotropes of Carbon): কাৰ্বনৰ বহুৰূপ: হীৰা আৰু গ্ৰেফাইট।
Illustration of Metals and Non-Metals for SEBA Class 10 Science Chapter 3 Notes: Metals and Non-Metals

Illustration of Physical Properties of Metals and Non-Metals

✦ ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metals)

বতাহৰ সংস্পৰ্শত ধাতু দহন (Reaction with Air/Oxygen)

  • ধাতু + অক্সিজেন → ধাতৱ অক্সাইড
  • উদাহৰণ: কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে অক্সিজেনৰ লগত লগ লাগি এবিধ ক’লা অক্সাইড উৎপন্ন কৰে। অৰ্থাৎ ক’লা কপাৰ অক্সাইড। সমীকৰণ: 2Cu + O₂ → 2CuO।
  • তীব্ৰ বিক্ৰিয়া: বেলেগ বেলেগ ধাতুৱে অক্সিজেনৰ লগত বেলেগ ধৰণে বিক্ৰিয়া কৰে।
  • ছডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত ডুবাই ৰখা হয় কিয়? ছডিয়াম আৰু পটাছিয়াম ধাতুৱে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জ্বলি উঠে। সেয়েহে দূৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।
  • মধ্যম বিক্ৰিয়া: সাধাৰণ উষ্ণতাত Mg, Al, Zn, Pb আদি ধাতুৰ পৃষ্ঠভাগত অক্সাইডৰ এটা তৰপ পৰি থাকে।
  • বিক্ৰিয়া সংঘটিত নহয়: ৰূপ আৰু সোণ যিকোনো উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে।

উভয়ধৰ্মী অক্সাইড (Amphoteric Oxide)

  • যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰক উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক উভয়ধৰ্মী অক্সাইড বোলে।
  • উদাহৰণ: Al₂O₃ + 6HCl → 2AlCl₃ + 3H₂O
  • উদাহৰণ: Al₂O₃ + 2NaOH → 2NaAlO₂ + H₂O
  • এইবোৰ দ্বি-অপসৰণ বিক্ৰিয়া।

ধাতৱ অক্সাইডৰ পানীত দ্ৰৱণীয়তা (Solubility of Metal Oxides in Water)

  • সৰহভাগ ধাতৱ অক্সাইড পানীত অদ্ৰৱণীয়।
  • কিন্তু ছডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইডে পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে।
  • উদাহৰণ: 2Na + 2H₂O → 2NaOH + H₂↑
  • উদাহৰণ: 2K + 2H₂O → 2KOH + H₂↑

ধাতুৰ পানীৰ লগত বিক্ৰিয়া (Reaction with Water)

  • ধাতু + পানী → ধাতৱ অক্সাইড + হাইড্ৰ’জেন
  • ধাতৱ অক্সাইড + পানী → ধাতুৰ হাইড্ৰ’ক্সাইড
  • তীব্ৰ বিক্ৰিয়া (ঠাণ্ডা পানী): ছডিয়াম আৰু পটাছিয়ামে ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে কৰা বিক্ৰিয়াটো তাপোৎপাদী বা তাপবৰ্জী বিক্ৰিয়া। যাৰ ফলত হাইড্ৰজেন গেছ নিমিষতে জ্বলি উঠে।
  • উদাহৰণ: 2Na + 2H₂O → 2NaOH + H₂↑ + তাপশক্তি
  • উদাহৰণ: 2K + 2H₂O → 2KOH + H₂↑ + তাপশক্তি
  • মৃদু বিক্ৰিয়া (ঠাণ্ডা পানী): পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়াটো প্ৰবল নহয়। উৎপন্ন হোৱা তাপে হাইড্ৰজেন গেছ জ্বলাব নোৱাৰে।
  • উদাহৰণ: Ca + 2H₂O → 2Ca(OH)₂ + H₂↑ + তাপশক্তি
  • বিক্ৰিয়া সংঘটিত হোৱাৰ পাছত কেলছিয়াম ধাতু পানীত ওপঙে কাৰণ উৎপন্ন হোৱা হাইড্ৰজেন গেছ ধাতুৰ পৃষ্ঠত লাগি ধৰে।
  • গৰম পানীৰ সৈতে বিক্ৰিয়া: মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে। ই গৰম পানীৰ সৈতে বিক্ৰিয়া কৰি Mg(OH)₂ আৰু H₂ উৎপন্ন কৰে।
  • উদাহৰণ: Mg + 2H₂O → Mg(OH)₂ + H₂
  • ইয়াৰ পৃষ্ঠতলতো হাইড্ৰজেন গেছ লাগি ধৰে বাবে ই পানীত ওপঙে।
  • বাষ্পৰ সৈতে বিক্ৰিয়া: Al, Fe, Zn, আদি ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে। কিন্তু উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড + হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
  • উদাহৰণ: 2Al + 3H₂O (g) → Al₂O₃ + 3H₂
  • উদাহৰণ: 3Fe + 4H₂O (g) → Fe₃O₄ + 4H₂
  • বিক্ৰিয়া সংঘটিত নহয়: লেড, সোণ, ৰূপ, কপাৰ আদি ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া নকৰে।
Chemical Reactions of Metals for SEBA Class 10 Science Chapter 3 Notes

Illustration of Chemical Reactions of Metals

📘 SEBA ৰ বৰ্তমানৰ আৰ্হিত সুন্দৰকৈ প্ৰস্তুত কৰা আটাইখিনি Notes পাবলৈ আৰু বাকী পাঠবোৰৰ সাৱলীলভাৱে প্ৰস্তুত কৰা Detail Notes পাবলৈ তলৰ Course টোত Join কৰা।

🎁 Coupon Code: Gem100 ব্যৱহাৰ কৰা।

Enroll in Our Class 10 Science Course!

Unlock the full SEBA Class 10 Science Chapter 3 – Metals and Non-Metals experience with detailed notes, diagrams, solved examples, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Course for SEBA Class 10 Science Chapter 3 Metals and Non-Metals
Enroll Now

Class 10 Science Detail Notes Course FAQs

Course Details

Summary: This course is a complete package for SEBA Class 10 Science. It covers Physics, Chemistry, and Biology chapters with Assamese-medium explanations, diagrams, MCQs, previous year questions, and practice sets—all in one place for HSLC 2026.

Course Benefits

Summary: Get expert-made notes, interactive quizzes, downloadable PDFs, chapter-wise videos, and exam-focused MCQs. Designed for complete understanding and high score in Class 10 SEBA exams.

What You'll Learn

Summary: You will master chapters like Metals and Non-Metals, Carbon and its Compounds, Heredity and Evolution, Electricity, Sources of Energy, etc., with topic-wise videos, animations, NCERT-based questions, and bilingual (English–Assamese) support.

Duration & Format

Summary: Self-paced online course accessible anytime. Notes and videos available 24×7 with lifetime access after enrollment. Study at your own speed!

Who Should Join

Summary: Ideal for Class 10 SEBA students (Assamese Medium), especially those preparing for HSLC 2026. Also suitable for students who want visual learning, practice materials, and full revision help.

Explore More

Chapter Resources
Chapter 3: ধাতু আৰু অধাতু
Chapter 4: কাৰ্বন আৰু তাৰ যৌগ
Chapter 8: জীৱই কেনেকৈ বংশবৃদ্ধি কৰে
Chapter 12: বিদ্যুৎ
Chapter 16: প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
Additional Resources
Explore All SEBA Class 10 Science Chapters

Explore All SEBA Class 10 Science Chapters

Chapter Resources
Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
Chapter 2: এচিড, ক্ষাৰক আৰু লৱণ
Chapter 3: ধাতু আৰু অধাতু
Chapter 4: কাৰ্বন আৰু ইয়াৰ যৌগ
Chapter 5: মৌলৰ পৰ্যায়বৃত্ত শ্রেণীবিভাজন
Chapter 6: জীৱন প্ৰক্ৰিয়া
Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter 8: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
Chapter 9: বংশগতি আৰু বিবৰ্তন
Chapter 10: পোহৰৰ প্রতিফলন আৰু প্রতিসৰণ
Chapter 11: মানুহৰ চকু আৰু ৰঙীন জগত
Chapter 12: বিদ্যুৎ
Chapter 13: বিদ্যুৎ প্ৰৱাহৰ চৌম্বকীয় ক্ৰিয়া
Chapter 14: শক্তিৰ উৎস
Chapter 15: আমাৰ পৰিৱেশ
Chapter 16: প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
Additional Resources
Author Bio - Mukut | Hiddemy
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media