SEBA English Class 10 Chapter 7 Coorg Question Answers 2025-26 । Chapter 7: II Coorg Solutions । Coorg English Q&A । First Flight Textbook
Class 10 English Chapter 7 Coorg Question Answers । Chapter 7: Coorg Solutions ।

এই পোষ্টত Class 10 ৰ English পাঠ্যপুথিৰ Chapter 7: Glimpses of India II – Coorg | First Flight Textbook Question Answers আদি সৰল আৰু সহজকৈ উপস্থাপন কৰা হৈছে । Coorg Question Answers

Explore our SEBA English textbook chapter 7 Coorg best solutions, questions answers for HSLC exam preparation. Best questions answers of coorg.

Coorg - Question Answers

Chapter 7: Coorg - Question Answers

Thinking About the Text

1. Where is Coorg?

(কূৰ্গ ক’ত অৱস্থিত?)

Ans:

Coorg, also known as Kodagu, is the smallest district of Karnataka. It is located midway between Mysore and Mangalore.

(উত্তৰ: কূৰ্গ, কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা যাক কোডাগু বুলিও কোৱা হয়। ই মহীশূৰ আৰু মাংগালোৰৰ মাজত অৱস্থিত।)

2. What is the story about the Kodavu people's descent?

(কোডাভা জনগোষ্ঠীৰ উৎপত্তিৰ কাহিনী কি?)

Ans:

The Kodavu people are believed to be of Greek or Arabic descent. One story suggests that part of Alexander’s army moved south along the coast, settled in Coorg, and married local women. Another theory supports their Arab origin, as they wear a long coat with an embroidered waist-belt, similar to Arab attire.

(উত্তৰ: কোডাভা জনগোষ্ঠী গ্ৰীক বা আৰবীয় মূলৰ বুলি বিশ্বাস কৰা হয়। এটা কাহিনী অনুসৰি, আলেকজাণ্ডাৰৰ সৈন্যৰ এটা অংশ উপকূলৰ কাষেৰে দক্ষিণলৈ গৈ কূৰ্গত বসতি স্থাপন কৰে আৰু স্থানীয় মহিলাক বিয়া কৰায়। আন এটা তথ্য মতে তেওঁলোকক আৰবীয় মূলৰ বুলি সমৰ্থন কৰে, কাৰণ তেওঁলোকে আৰবীয় পোছাকৰ দৰে দীঘল কোট পিন্ধে।)

3. What are some of the things you now know about

(তুমি এতিয়া কূৰ্গৰ বিষয়ে কি কি জানে)

(i) the people of Coorg?

((i) কূৰ্গৰ মানুহৰ বিষয়ে?)

Ans:

The people of Coorg, known as Kodavas, are fiercely independent and known for their hospitality and bravery. They have a rich culture with unique martial traditions, marriage, and religious practices. The Coorg Regiment is one of the most decorated in the Indian Army, and General Cariappa, the first Chief of the Indian Army, was a Coorgi. Kodavas are the only people in India allowed to carry firearms without a license.

(উত্তৰ: কূৰ্গৰ জনগণ, যাক কোডাভা বুলি জনা যায়, তেওঁলোক সম্পূৰ্ণ স্বাধীনচেতীয়া আৰু তেওঁলোক আতিথ্য আৰু বীৰত্বৰ বাবে বিখ্যাত। তেওঁলোকৰ সংস্কৃতি সমৃদ্ধ, য’ত অনন্য যুদ্ধ পৰম্পৰা, বিবাহ আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠান আছে। কূৰ্গ ৰেজিমেণ্ট ভাৰতীয় সেনাৰ অন্যতম সন্মানিত ৰেজিমেণ্ট, আৰু প্ৰথম সেনাধ্যক্ষ জেনেৰেল কাৰিয়াপ্পা এজন কোডাভা আছিল। কোডাভাসকল ভাৰতৰ একমাত্ৰ জনগোষ্ঠী যাক অনুজ্ঞাপত্ৰ অবিহনেই অস্ত্ৰ বহনৰ অনুমতি দিয়া হৈছে।)

(ii) the main crop of Coorg?

((ii) কূৰ্গৰ প্ৰধান শস্য কি?)

Ans:

The main crop of Coorg is coffee. The region is famous for its coffee plantations, along with spice plantations.

(উত্তৰ: কূৰ্গৰ প্ৰধান শস্য হৈছে কফি। এই অঞ্চলটো কফিৰ খেতিৰ লগতে মছলাৰ খেতিৰ বাবেও বিখ্যাত।)

(iii) the sports it offers to tourists?

((iii) ই পৰ্যটকৰ বাবে কি কি খেলৰ সুবিধা প্ৰদান কৰে?)

Ans:

Coorg offers high-energy adventure sports to tourists, including river rafting, canoeing, rappelling, rock climbing, and mountain biking. It also has numerous walking trails popular among trekkers.

(উত্তৰ: কূৰ্গে পৰ্যটকৰ বাবে উচ্চ-শক্তিৰ দুঃসাহসিক খেলৰ সুবিধা প্ৰদান কৰে । য’ত নদীত ৰাফটিং, কেনুৱিং, ৰেপেলিং, শিলাৰোহণ আৰু পৰ্বতত চাইকেল চলোৱা আদি সুবিধা আছে । ইয়াত ট্ৰেকাৰৰ মাজত জনপ্ৰিয় বহুতো খোজকাঢ়ি যোৱা পথো আছে।)

(iv) the animals you are likely to see in Coorg?

((iv) কূৰ্গত তুমি কি কি প্ৰাণী দেখা পাব পাৰা?)

Ans:

In Coorg, we are likely to see animals like macaques, Malabar squirrels, langurs, slender loris, and elephants. The Kaveri River supports fish, and birds like kingfishers are also common.

(উত্তৰ: কূৰ্গত আমি মেকাক, মালাবাৰ কেৰ্কেটুৱা, সোণালী বান্দৰ, কৃষ্ণাংগী বান্দৰ আৰু হাতীৰ দৰে প্ৰাণী দেখা পাব পাৰো । কাৱেৰী নদীত মাছ পোৱা যায়, আৰু মাছৰোকাৰ দৰে চৰাইও সাধাৰণভাৱে দেখা যায়।)

(v) its distance from Bangalore, and how to get there?

((v) বেংগালুৰুৰ পৰা ইয়াৰ দূৰত্ব আৰু তাত কেনেকৈ যাব পাৰি?)

Ans:

Coorg is approximately 250–260 kilometers from Bangalore. You can reach Coorg by road from Bangalore via Mysore, which is a convenient route for tourists.

(উত্তৰ: কূৰ্গ বেংগালুৰুৰ পৰা প্ৰায় ২৫০–২৬০ কিলোমিটাৰ দূৰত। তুমি বেংগালুৰুৰ পৰা মহীশূৰৰ মাজেৰে স্থল পথেৰে কূৰ্গত উপস্থিত হ’ব পাৰিবা, যিটো পৰ্যটকৰ বাবে সুবিধাজনক পথ।)

4. Here are six sentences with some words in italics. Find phrases from the text that have the same meaning. (Look in the paragraphs indicated)

(ইয়াত কিছুমান শব্দ তিৰ্যক হৰফত লিখা ছয়টা বাক্য দিয়া হৈছে। পাঠ্যৰ পৰা একে অৰ্থৰ বাক্যাংশ বিচাৰি উলিয়াওক। (নিৰ্দেশিত পেৰাগ্ৰাফবোৰত চাওক))

(i) During monsoons it rains so heavily that tourists do not visit Coorg. (para 2)

((i) বৰষুণৰ সময়ত ইমান প্ৰচণ্ড বৰষুণ হয় যে পৰ্যটকসকলে কূৰ্গলৈ নাহে। (পেৰা ২))

Ans: Phrase: pours torrentially

(উত্তৰ: বাক্যাংশ: প্ৰচণ্ডভাৱে বৰষুণ হোৱা)

(ii) Some people say that Alexander’s army moved south along the coast and settled there. (para 3)

((ii) কিছুমান মানুহে কয় যে আলেকজাণ্ডাৰৰ সৈন্যই উপকূলৰ কাষেৰে দক্ষিণলৈ গৈ তাত বসতি স্থাপন কৰিছিল। (পেৰা ৩))

Ans: Phrase: As one story goes

(উত্তৰ: বাক্যাংশ: এটা কাহিনী অনুসৰি)

(iii) The Coorg people are always ready to tell stories of their sons’ and fathers’ valour. (para 4)

((iii) কূৰ্গৰ মানুহে তেওঁলোকৰ পুত্ৰ আৰু পিতৃৰ বীৰত্বৰ কাহিনী ক’বলৈ সদায় সাজু। (পেৰা ৪))

Ans: Phrase: more than willing, tales of bravery

(উত্তৰ: বাক্যাংশ: অতিশয় ইচ্ছুক, বীৰত্বৰ কাহিনী)

(iv) Even people who normally lead an easy and slow life get smitten by the high-energy adventure sports of Coorg. (para 6)

((iv) আনকি এনেকুৱা মানুহ, যিসকলে সাধাৰণতে সহজ-সৰলকৈ জীৱন যাপন কৰে, তেওঁলোকো কূৰ্গৰ উচ্চ-শক্তিৰ দুঃসাহসিক খেলৰ প্ৰতি মুগ্ধ হয়। (পেৰা ৬))

Ans: Phrase: laid-back lifestyle, carried away

(উত্তৰ: বাক্যাংশ: শান্ত জীৱনশৈলী, আকৰ্ষিত কৰি তোলে)

(v) The theory of the Arab origin is supported by the long coat with embroidered waist-belt they wear. (para 3)

((v) আৰবীয় উৎপত্তিৰ তত্ত্বটো তেওঁলোকে দীঘল কোটৰ সৈতে কঁকালত পিন্ধা ফুল তোলা বেল্টে প্ৰতিপন্ন কৰে । (পেৰা ৩))

Ans: Phrase: draws support from

(উত্তৰ: বাক্যাংশ: সমৰ্থন লাভ কৰে)

(vi) Macaques, Malabar squirrels observe you carefully from the tree canopy. (para 7)

((vi) মেকাক, মালাবাৰ কেৰ্কেটুৱাই গছৰ ছাঁৰ পৰা তোমাক সাৱধানে পৰ্যবেক্ষণ কৰে। (পেৰা ৭))

Ans: Phrase: watch you intently, canopies

(উত্তৰ: বাক্যাংশ: তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰে)

Thinking About Language

1. Here are some nouns from the text.
culture monks surprise experience weather tradition
Work with a partner and discuss which of the nouns can collocate with which of the adjectives given below. The first one has been done for you.
unique terrible unforgettable serious ancient wide sudden

(ইয়াত পাঠ্যৰ পৰা কিছুমান বিশেষ্য দিয়া হৈছে।
সংস্কৃতি সন্ন্যাসী আচৰিত অভিজ্ঞতা বতৰ পৰম্পৰা
এজন সংগীৰ সৈতে ল'গ হৈ আলোচনা কৰা আৰু তলত দিয়া বিশেষণবোৰৰ কোনটো কোন বিশেষ্য পদৰ সৈতে সংযোজিত হ’ব পাৰে উল্লেখ কৰা । প্ৰথমটোৰ উদাহৰণস্বৰূপে দিয়া হৈছে।
অনন্য ভয়ংকৰ অবিস্মৰণীয় গম্ভীৰ প্ৰাচীন বহল আকস্মিক)

(i) culture: unique culture, ancient culture

((i) সংস্কৃতি: অনন্য বা একক সংস্কৃতি, প্ৰাচীন সংস্কৃতি)

(ii) monks: serious monks

((ii) সন্ন্যাসী: গম্ভীৰ সন্ন্যাসী)

(iii) surprise: sudden surprise, unforgettable surprise

((iii) আচৰিত: অপ্ৰত্যাশিত আশ্বৰ্য, অবিস্মৰণীয় আশ্বৰ্য)

(iv) experience: unforgettable experience, unique experience

((iv) অভিজ্ঞতা: অবিস্মৰণীয় অভিজ্ঞতা, অনন্য অভিজ্ঞতা)

(v) weather: terrible weather, sudden weather

((v) বতৰ: ভয়ংকৰ বতৰ, অপ্ৰত্যাশিত বতৰ)

(vi) tradition: ancient tradition, unique tradition

((vi) পৰম্পৰা: প্ৰাচীন পৰম্পৰা, অনন্য বা একক পৰম্পৰা)

2. Complete the following phrases from the text. For each phrase, can you find at least one other word that would fit into the blank?

(পাঠৰ পৰা তলত দিয়া বাক্যাংশবোৰ সম্পূৰ্ণ কৰা। প্ৰতিটো বাক্যাংশৰ বাবে খালী ঠাইত খাপ খোৱা আৰু এটা শব্দ বিচাৰি উলিয়াব পাৰিবানে?)

(i) tales of valour (e.g., tales of bravery)

((i) বীৰত্বৰ কাহিনী (উদাহৰণস্বৰূপে, সাহসৰ কাহিনী))

(ii) coastal belt (e.g., coastal region)

((ii) উপকূলীয় বেণ্ড (উদাহৰণস্বৰূপে, উপকূলীয় অঞ্চল))

(iii) a piece of heaven (e.g., a piece of paradise)

((iii) স্বৰ্গৰ টুকুৰা (উদাহৰণস্বৰূপে, সৰগৰ টুকুৰা))

(iv) evergreen rainforests (e.g., evergreen forests)

((iv) চিৰসেউজ বৰ্ষাৰণ্য (উদাহৰণস্বৰূপে, চিৰসেউজ বননী))

(v) coffee plantations (e.g., spice plantations)

((v) কফিৰ খেতি (উদাহৰণস্বৰূপে, মছলাৰ খেতি))

(vi) rope bridge (e.g., wooden bridge)

((vi) ৰছীৰ দলং (উদাহৰণস্বৰূপে, কাঠৰ দলং))

(vii) wild elephants (e.g., wild animals)

((vii) বনৰীয়া হাতী (উদাহৰণস্বৰূপে, বনৰীয়া প্ৰাণী))

Author Bio - Mukut
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

English Question Answers - Class 10 SEBA Board

English Question Answers Class 10

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media