SEBA Class 10 Science Chapter 10: Light - Reflection and Refraction | পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

SEBA Class 10 Science Chapter 10: Light – Reflection and Refraction | পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

SEBA Class 10 Science Chapter 10 Detail Notes – Light Reflection and Refraction (পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ) for HSLC 2026

Explore comprehensive resources for SEBA Class 10 Science Chapter 10 Detail Notes – Light Reflection and Refraction (পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ) in Assamese Medium, specially designed for HSLC 2026 students. Understand key physics concepts such as the laws of reflection and refraction with easy explanations and well-labeled diagrams.

This chapter covers important topics like plane mirrors, spherical mirrors, lenses, focal length, real and virtual images, and the behavior of light when it travels through different mediums. Concepts are explained in a clear and simple manner to support effective exam preparation and conceptual clarity.

These Class 10 Science Detail Notes follow the SEBA syllabus and are perfect for Assamese Medium learners. Improve your understanding through step-by-step explanations, ray diagrams, solved examples, and additional practice materials. For the full chapter content, visit our Detailed Notes of Chapter 10 and check the official NCERT Class 10 Science Textbook.

SEBA Class 10 Science Chapter 10: Light Reflection and Refraction | পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

পোহৰ কি? (What is Light?):

পোহৰ কি?

  • পোহৰ সাধাৰণতে এক শক্তি
  • ই electromagnetic wave (বিদ্যুৎ চুম্বকীয় তৰংগ) বা পোহৰৰ কিছুমান কণাৰ দ্বাৰা গতি কৰে
  • পোহৰৰ কণাবোৰক ফ'টন বুলি কোৱা হয়
  • যিমান বেছি ফ'টন কণা থাকিব সিমান বেছি উজ্জ্বল পোহৰ দেখা যাব
  • ফ'টন কণাৰ বহুতো শাৰীক ৰশ্মি বোলে। আৰু বহুতো ৰশ্মি ল'গ লাগি ৰশ্মি গুচ্ছৰ সৃষ্টি কৰে। ৰশ্মি গুচ্ছৰ বাবেই পোহৰ আমি দেখা পাওঁ
    • ফ'টন → ৰশ্মি → ৰশ্মি গুচ্ছ → পোহৰ
  • টৰ্চ, বাল্বৰ পৰা ৰশ্মি গুচ্ছ ওলায়
  • পোহৰ সদায় সমান্তৰালভাৱে গতি কৰে
  • শূণ্যত পোহৰৰ বেগ = 3×10⁸ m/s
Light Diagram FOR SEBA Class 10 Science Chapter 10 Detail Notes Light Reflection and Refraction

চিত্ৰ: পোহৰৰ গতিপথ

প্রতিফলন (Light Reflection):

পোহৰৰ অপবৰ্তন:

  • পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ'লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্রবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ অপবর্তন (Diffraction) বোলে।

পোহৰৰ প্ৰতিফলন (Reflection):

  • সংজ্ঞা:
    • কোনো মাধ্যমৰ পৰা যোৱা পোহৰৰ ৰশ্মি কোনো পৃষ্ঠত খুন্দা খাই সেই আগৰ মাধ্যমলৈ ওভতি যোৱা পৰিঘটনাক পোহৰৰ প্ৰতিফলন বোলে
  • প্ৰতিফলনৰ সূত্ৰ:
    • আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে
    • আপতন কোণ (∠i) আৰু প্ৰতিফলন কোণ (∠r) সমান
    • অৰ্থাৎ ∠i = ∠r
  • Light Diagram FOR SEBA Class 10 Science Chapter 10 Detail Notes Light Reflection and Refraction
  • প্ৰশ্ন:
    • আমি কোনো বস্তু কিয় দেখা পাওঁ?
    • যেতিয়া কোনো এখন পৃষ্ঠত পোহৰৰ ৰশ্মি পৰে তেতিয়া কি হয়?
    • বায়ু অৰ্থাৎ অক্সিজেন বা হাইড্ৰ'জেন কিয় দেখা নাপাওঁ?

দাপোণ (Mirror):

সমতল দাপোণ:

  • সংজ্ঞা:
    • সমতল দাপোণ হৈছে এখন মসৃণ, সমতল পৃষ্ঠ যিয়ে পোহৰ নিয়মিতভাৱে প্ৰতিফলিত কৰে
  • সমতল দাপোণৰ বৈশিষ্ট্য:
    • প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয়
    • প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হয়
    • দাপোণৰ পৰা লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয়
    • প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয়
  • পাৰ্শ্বীয় ওলোটাৰ প্ৰয়োগ:
    • AMBULANCE শব্দটো ওলোটাকৈ লিখা হয় যাতে আগত গৈ থকা গাড়ীৰ আগফালৰ দাপোণত শুদ্ধকৈ পঢ়িব পাৰে
  • সমতল দাপোণৰ ব্যৱহাৰ:
    • ড্ৰেছিং টেবুল, আয়না
    • পেৰিস্কোপ আদিত ব্যৱহাৰ কৰা হয়

প্ৰতিবিম্ব (Image):

  • সংজ্ঞা:
    • প্ৰতিবিম্ব হ'ল এক বিন্দু য'ত প্ৰকৃততে কমেও দুডাল পোহৰৰ ৰশ্মি মিলিত হয় বা মিলিত হোৱা যেন লাগে

Enroll in Our Class 10 Science Course!

Unlock the full SEBA Class 10 Science Chapter 10 – Light Reflection and Refraction experience with beautifully designed diagrams, detailed notes, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Course for SEBA Class 10 Science Chapter 10 Detail Notes Light Reflection and Refraction
Enroll Now

Course Details

Course Overview

Summary: This course offers a comprehensive understanding of SEBA Class 10 Science Chapter 10 – Light Reflection and Refraction, with detailed lessons, ray diagrams, and solved examples designed for HSLC 2026 success. Access the full course at hiddemy.com/popular-courses/.

Benefits of the Course

Summary: Gain access to expert-led video lessons, interactive quizzes, downloadable notes, and practice questions to boost your preparation and confidence for HSLC 2026. Enroll now at hiddemy.com/popular-courses/.

Other Details

Summary: Master key physics concepts like reflection, refraction, and mirrors, essential for excelling in exams and understanding real-world applications of optics. Start your journey at hiddemy.com/popular-courses/.

Explore More Section
Explore All SEBA Class 10 Science Chapters

Explore All SEBA Class 10 Science Chapters

Chapter Resources
Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
Chapter 2: এচিড, ক্ষাৰক আৰু লৱণ
Chapter 3: ধাতু আৰু অধাতু
Chapter 4: কাৰ্বন আৰু ইয়াৰ যৌগ
Chapter 5: মৌলৰ পৰ্যায়বৃত্ত শ্রেণীবিভাজন
Chapter 6: জীৱন প্ৰক্ৰিয়া
Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter 8: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
Chapter 9: বংশগতি আৰু বিবৰ্তন
Chapter 10: পোহৰৰ প্রতিফলন আৰু প্রতিসৰণ
Chapter 11: মানুহৰ চকু আৰু ৰঙীন জগত
Chapter 12: বিদ্যুৎ
Chapter 13: বিদ্যুৎ প্ৰৱাহৰ চৌম্বকীয় ক্ৰিয়া
Chapter 14: শক্তিৰ উৎস
Chapter 15: আমাৰ পৰিৱেশ
Chapter 16: প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
Additional Resources
Author Bio - Mukut | Hiddemy
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media