SEBA Class 10 Science Chapter 2 MCQs: এচিড, ক্ষাৰক আৰু লৱণ | Acids, Bases and Salts Most Important MCQs Assam HSLC
SEBA Class 10 Science Chapter 2 MCQs Acids, Bases and Salts Most Important MCQs Assamese for HSLC 2026
Welcome to our comprehensive collection of SEBA Class 10 Science Chapter 2 MCQs এচিড, ক্ষাৰক আৰু লৱণ designed for Assamese medium students preparing for the HSLC 2026 exam. This chapter, “এচিড, ক্ষাৰক আৰু লৱণ”, is crucial for understanding the properties of acids, bases, and salts, and these Acids, Bases and Salts Most Important MCQs Assamese will guide you effectively.
These SEBA Class 10 Science Chapter 2 MCQs এচিড, ক্ষাৰক আৰু লৱণ cover key topics like properties of acids and bases, pH scale, indicators, neutralization reactions, and applications of salts. Crafted for clarity, these Acids, Bases and Salts Most Important MCQs Assamese are perfect for mastering the SEBA Class 10 Science syllabus.
Practicing these SEBA Class 10 Science Chapter 2 MCQs এচিড, ক্ষাৰক আৰু লৱণ strengthens your understanding of NCERT concepts like pH, neutralization, and salts like baking soda and washing soda. Each question includes detailed explanations in Assamese, ensuring accessibility for all students preparing for Acids, Bases and Salts Most Important MCQs Assamese.
For thorough preparation, combine these SEBA Class 10 Science Chapter 2 MCQs এচিড, ক্ষাৰক আৰু লৱণ with resources like Chapter 2 Detailed Notes and NCERT Class 10 Science. These MCQs are essential for acing the HSLC 2026 exam.
Boost your confidence with these Acids, Bases and Salts Most Important MCQs Assamese for SEBA Class 10 Science Chapter 2. Scroll below for the table of contents and FAQs tailored for SEBA Class 10 Science Chapter 2 MCQs এচিড, ক্ষাৰক আৰু লৱণ.
SEBA Class 10 Science Chapter 2 MCQs: এচিড, ক্ষাৰক আৰু লৱণ
MCQs (1-20) – এচিড, ক্ষাৰক আৰু লৱণ
Knowledge-Based Questions
(a) সোৱাদ তিতা
(b) নীলা লিটমাছ ৰঙা কৰে
(c) OH⁻ আয়ন উৎপন্ন কৰে
(d) ধাতৱ অক্সাইডৰ সৈতে বিক্ৰিয়া নকৰে
উত্তৰ: (b) নীলা লিটমাছ ৰঙা কৰে
ব্যাখ্যা: এচিডে পানীত H⁺ আয়ন উৎপন্ন কৰে আৰু নীলা লিটমাছ ৰঙা কৰে।

(a) ৰঙা লিটমাছ নীলা কৰে
(b) সোৱাদ টেঙা
(c) H⁺ আয়ন উৎপন্ন কৰে
(d) অধাতৱ অক্সাইডৰ সৈতে বিক্ৰিয়া নকৰে
উত্তৰ: (a) ৰঙা লিটমাছ নীলা কৰে
ব্যাখ্যা: ক্ষাৰকে পানীত OH⁻ আয়ন উৎপন্ন কৰে আৰু ৰঙা লিটমাছ নীলা কৰে।
(a) HCl
(b) H₂SO₄
(c) NaOH
(d) HNO₃
উত্তৰ: (c) NaOH
ব্যাখ্যা: NaOH হ’ল ক্ষাৰক আনহাতে বাকীবোৰ হ'ল এচিড।
(a) C₂H₅OH
(b) KOH
(c) NaOH
(d) Ca(OH)₂
উত্তৰ: (a) C₂H₅OH
ব্যাখ্যা: C₂H₅OH (ইথানল) এলক’হল, ক্ষাৰক নহয়।
(a) ৰঙা
(b) নীলা
(c) বেঙুনীয়া
(d) হালধীয়া
উত্তৰ: (c) বেঙুনীয়া
ব্যাখ্যা: লিটমাছ দ্ৰৱৰ প্ৰশম অৱস্থাত ৰং বেঙুনীয়া।

(a) ফিন’ফথেলিন
(b) হালধী
(c) মিথাইল অৰেঞ্জ
(d) ভেনিলা
উত্তৰ: (b) হালধী
ব্যাখ্যা: হালধী হ'ল প্ৰাকৃতিক সূচক। বাকীবোৰ হ'ল সাংশ্লেষিক আৰু ঘ্ৰাণেন্দ্ৰিক সূচক।
(a) হালধীয়া
(b) ৰঙা
(c) গুলপীয়া
(d) বৰণহীন
উত্তৰ: (b) ৰঙা
ব্যাখ্যা: মিথাইল অৰেঞ্জ আম্লিক মাধ্যমত ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত হালধীয়া হয়।
(a) লিটমাছ
(b) পিয়াজ
(c) ফিন’ফথেলিন
(d) মিথাইল অৰেঞ্জ
উত্তৰ: (b) পিয়াজ
ব্যাখ্যা: পিয়াজ হ'ল ঘ্ৰাণেন্দ্ৰিক সূচক, যি ক্ষাৰকীয় মাধ্যমত গোন্ধহীন হয়।
(a) NH₄Cl
(b) Na₂CO₃
(c) NaCl
(d) NaHCO₃
উত্তৰ: (d) NaHCO₃
ব্যাখ্যা: ছ’ডা-এচিড অগ্নি নিৰ্বাপণ যন্ত্ৰত বেকিং ছ’ডা (NaHCO₃) ব্যৱহাৰ কৰা হয়, যিয়ে CO₂ উৎপন্ন কৰি জুই নুমোৱাত সহায় কৰে।
(a) 5
(b) 6
(c) 7
(d) 8
উত্তৰ: (c) 7
ব্যাখ্যা: প্ৰশম দ্ৰৱৰ pH মান হ'ল 7, যি আম্লিক বা ক্ষাৰকীয় এটাও নহয়।
Understanding-Based Questions
(a) 1
(b) 4
(c) 7
(d) 10
উত্তৰ: (d) 10
ব্যাখ্যা: ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। গতিকে দ্ৰৱটো ক্ষাৰকীয় যাৰ pH 7 তকৈ বেছি (অৰ্থাৎ 10)।
(a) দুয়োবিধেই ক্ষাৰকীয়
(b) নেমুটেঙাৰ ৰস আম্লিক, কফি ক্ষাৰকীয়
(c) দুয়োবিধেই আম্লিক
(d) নেমুটেঙাৰ ৰস ক্ষাৰকীয়, কফি আম্লিক
উত্তৰ: (c) দুয়োবিধেই আম্লিক
ব্যাখ্যা: নেমুটেঙাৰ ৰসত ছাইট্ৰিক এচিড আৰু কফিত ক্ল’ৰজেনিক এচিড বা মেলিক এচিড থাকে, সেয়ে দুয়োটা দ্ৰৱ্য আম্লিক।
(a) এন্টিবায়’টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুনাশক
উত্তৰ: (c) অম্লনাশক
ব্যাখ্যা: অজীৰ্ণতাত পেটত থকা অতিৰিক্ত এচিড প্ৰশমিত কৰিবলৈ অম্লনাশক (যেনে- মেগনেছিয়াম হাইড্ৰ’ক্সাইড) ব্যৱহাৰ কৰা হয়।
(a) বেকিং ছ’ডা
(b) কাপোৰ ধোৱা চ’ডা
(c) ব্লিচিং পাউদাৰ
(d) প্লাষ্টাৰ অৱ পেৰিছ
উত্তৰ: (c) ব্লিচিং পাউদাৰ
ব্যাখ্যা: CaOCl₂ হ’ল ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেত, যাক বিৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয়।
(a) NaCl
(b) Na₂CO₃
(c) NaHCO₃
(d) CaSO₄
উত্তৰ: (c) NaHCO₃
ব্যাখ্যা: বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ'ল ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট (NaHCO₃)।

(a) NaCl
(b) Na₂CO₃·10H₂O
(c) NaHCO₃
(d) CaOCl₂
উত্তৰ: (b) Na₂CO₃·10H₂O
ব্যাখ্যা: কাপোৰ ধোৱা চ’ডা হ’ল ছ’ডিয়াম কাৰ্বনেটৰ জুলীয়া ৰূপ।
(a) কেলছিয়াম কাৰ্বনেট
(b) কেলছিয়াম ছালফেট হেমিহাইড্ৰেট
(c) ছ’ডিয়াম হাইড্ৰ’ক্সাইড
(d) ছ’ডিয়াম ক্ল’ৰাইড
উত্তৰ: (b) কেলছিয়াম ছালফেট হেমিহাইড্ৰেট
ব্যাখ্যা: প্লাষ্টাৰ অৱ পেৰিছৰ সংকেত হ’ল CaSO₄·½H₂O।
(a) NaCl
(b) Na₂CO₃·10H₂O
(c) NaHCO₃
(d) CaOCl₂
উত্তৰ: (b) Na₂CO₃·10H₂O
ব্যাখ্যা: কাপোৰ ধোৱা চ’ডাৰ (Na₂CO₃·10H₂O) সংকেতত ১০টা পানীৰ অণু থাকে অৰ্থাৎ স্ফটিকাবদ্ধ জল থাকে।
(a) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ
(b) ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ
(c) কেলছিয়াম কাৰ্বনেটৰ দ্ৰৱ
(d) ক্ল’ৰিণ গেছৰ দ্ৰৱ
উত্তৰ: (b) ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ
ব্যাখ্যা: ব্রাইন হ’ল NaCl-ৰ জলীয় দ্ৰৱ, যাক ক্ল’ৰ’-এলকালি পদ্ধতিত ব্যৱহাৰ কৰা হয়।
(a) বেকিং ছ’ডা
(b) কাষ্টিক ছ’ডা
(c) ব্লিচিং পাউদাৰ
(d) প্লাষ্টাৰ অৱ পেৰিছ
উত্তৰ: (b) কাষ্টিক ছ’ডা
ব্যাখ্যা: NaOH-ৰ সাধাৰণ নাম কাষ্টিক ছ’ডা। ইয়াক চাবোন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
MCQs (21-40) – এচিড, ক্ষাৰক আৰু লৱণ
Application-Based Questions
(a) X: হাইড্ৰ’ক্ল’ৰিক এচিড; Y: হাইড্ৰ’জেন
(b) X: ছ’ডিয়াম হাইড্ৰ’ক্সাইড; Y: হাইড্ৰ’জেন
(c) X: হাইড্ৰ’ক্ল’ৰিক এচিড; Y: কাৰ্বন ডাইঅক্সাইড
(d) X: ছ’ডিয়াম কাৰ্বনেট; Y: কাৰ্বন ডাইঅক্সাইড
উত্তৰ: (d) X: ছ’ডিয়াম কাৰ্বনেট; Y: কাৰ্বন ডাইঅক্সাইড
ব্যাখ্যা: ছ’ডিয়াম কাৰ্বনেটে (Na₂CO₃) লঘু H₂SO₄ৰ সৈতে বিক্ৰিয়া কৰি CO₂ গেছ আৰু লৱণ উৎপন্ন কৰে: Na₂CO₃ + H₂SO₄ → Na₂SO₄ + H₂O + CO₂
(a) বেকিং ছ’ডাক গৰম কৰি
(b) বেকিং ছ’ডাত পানী মিহলাই
(c) বেকিং ছ’ডাক এচিডৰ সৈতে বিক্ৰিয়া কৰি
(d) বেকিং ছ’ডাক ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি
উত্তৰ: (a) বেকিং ছ’ডাক গৰম কৰি
ব্যাখ্যা: বেকিং ছ’ডা (NaHCO₃) গৰম কৰিলে ছ’ডিয়াম কাৰ্বনেট (Na₂CO₃), পানী, আৰু CO₂ উৎপন্ন হয়: 2NaHCO₃ → Na₂CO₃ + H₂O + CO₂।
(a) হাইড্ৰ’ক্ল’ৰিক এচিড
(b) মিথানয়িক এচিড
(c) লেকটিক এচিড
(d) ছাইট্ৰিক এচিড
উত্তৰ: (b) মিথানয়িক এচিড
ব্যাখ্যা: চোৰাতৰ হুলৰ পৰা মিথানয়িক এচিড (ফ'ৰ্মিক এচিড) নিঃসৰিত হয়, যাৰ বাবে বিষায়।
(a) হাইড্ৰ’ক্ল’ৰিক এচিড
(b) বেকিং ছ’ডা
(c) ছাইট্ৰিক এচিড
(d) পানী
উত্তৰ: (b) বেকিং ছ’ডা
ব্যাখ্যা: মৌ-মাখিৱে কামুৰিলে মিথানয়িক এচিড নিঃসৰিত হয়, যাক প্ৰশম কৰিবলৈ বেকিং ছ’ডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰা হয়।
(a) হাইড্ৰ’জেন
(b) কাৰ্বন ডাইঅক্সাইড
(c) ক্ল’ৰিণ
(d) অক্সিজেন
উত্তৰ: (b) কাৰ্বন ডাইঅক্সাইড
ব্যাখ্যা: কণীৰ খোলাই (CaCO₃) এচিডৰ সৈতে বিক্ৰিয়া কৰি CO₂ উৎপন্ন কৰে, যিয়ে চূণপানী ঘোলা কৰে: CaCO₃ + 2HCl → CaCl₂ + H₂O + CO₂।
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্ৰিয়
(d) জিংক টিনতকৈ কম সক্ৰিয়
উত্তৰ: (c) জিংক টিনতকৈ অধিক সক্ৰিয়
ব্যাখ্যা: জিংক টিনতকৈ অধিক সক্ৰিয়, গতিকে ই খাদ্যৰ সৈতে সহজে বিক্ৰিয়া কৰিব পাৰে। টিন কম সক্ৰিয় হোৱাৰ বাবে প্ৰলেপৰ বাবে উপযুক্ত।
(a) HCl + NH₄OH
(b) NaOH + H₂CO₃
(c) HCl + NaOH
(d) H₂CO₃ + NH₄OH
উত্তৰ: (c) HCl + NaOH
ব্যাখ্যা: তীব্ৰ এচিড (HCl) আৰু তীব্ৰ ক্ষাৰক (NaOH)ৰ মাজত বিক্ৰিয়াৰ ফলত প্ৰশম লৱণ (NaCl) উৎপন্ন হয়।
(a) 7
(b) 6.5
(c) 5.6
(d) 4
উত্তৰ: (c) 5.6
ব্যাখ্যা: বৰষুণৰ পানীৰ pH 5.6 তকৈ কম হ’লে তাক এচিড বৰষুণ বোলে।
(a) 7
(b) 6.5
(c) 5.5
(d) 4
উত্তৰ: (c) 5.5
ব্যাখ্যা: মুখৰ pH 5.5 তকৈ কম হ’লে দাঁতৰ এনামেল ক্ষয় হয়।
(a) CH₃COOH
(b) H₂CO₃
(c) H₂SO₄
(d) HCOOH
উত্তৰ: (c) H₂SO₄
ব্যাখ্যা: H₂SO₄ সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক H⁺ আয়ন উৎপন্ন কৰে, সেয়েহে ই তীব্ৰ এচিড।
Skill-Based Questions
(a) অম্ল-ক্ষাৰক বিক্ৰিয়া
(b) দ্বি অপসাৰণ বিক্ৰিয়া
(c) জাৰণ-বিজাৰণ বিক্ৰিয়া
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (c) জাৰণ-বিজাৰণ বিক্ৰিয়া
ব্যাখ্যা: উক্ত বিক্ৰিয়াত Zn জাৰিত হৈছে আৰু H₂SO₄ বিজাৰিত হৈছে।
(a) 4FeO₃ (s)
(b) 12FeO (s)
(c) 3Fe₄O₂ (s)
(d) 2Fe₂O₃ (s)
উত্তৰ: (d) 2Fe₂O₃ (s)
ব্যাখ্যা: লোৰ সৈতে অক্সিজেনে বিক্ৰিয়া কৰিলে ফেৰিক অক্সাইড (Fe₂O₃) উৎপন্ন হয়।
(a) HCl + NaOH
(b) Na₂CO₃ + HCl
(c) Zn + H₂SO₄
(d) CuO + HCl
উত্তৰ: (b) Na₂CO₃ + HCl
ব্যাখ্যা: Na₂CO₃ + 2HCl → 2NaCl + H₂O + CO₂
(a) এচিড
(b) ক্ষাৰক
(c) পানী
(d) লৱণ
উত্তৰ: (b) ক্ষাৰক
ব্যাখ্যা: যিহেতু দ্ৰৱটো আম্লিক কাৰণ pH 4। গতিকে ক্ষাৰক যোগ কৰি ইয়াৰ pH 7 কৰি প্ৰশমিত কৰিব পাৰি।
(a) NaCl
(b) Ca(OH)₂
(c) NaHCO₃
(d) Na₂CO₃
উত্তৰ: (b) Ca(OH)₂
ব্যাখ্যা: Ca(OH)₂ আৰু Cl₂ৰ মাজত বিক্ৰিয়া ঘটাই CaOCl₂ (ব্লিচিং পাউদাৰ) উৎপন্ন কৰা হয়।
(a) লৱণ আৰু হাইড্ৰ’জেন
(b) লৱণ আৰু পানী
(c) কাৰ্বন ডাইঅক্সাইড আৰু পানী
(d) হাইড্ৰ’জেন আৰু কাৰ্বন ডাইঅক্সাইড
উত্তৰ: (b) লৱণ আৰু পানী
ব্যাখ্যা: ধাতৱ অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে: CuO + 2HCl → CuCl₂ + H₂O।
(a) লৱণ আৰু হাইড্ৰ’জেন
(b) লৱণ আৰু পানী
(c) কাৰ্বন ডাইঅক্সাইড আৰু পানী
(d) কোনো বিক্ৰিয়া নহয়
উত্তৰ: (b) লৱণ আৰু পানী
ব্যাখ্যা: অধাতৱ অক্সাইডে (যেনে CO₂) ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে: CO₂ + Ca(OH)₂ → CaCO₃ + H₂O।
(a) ইয়াত H⁺ আয়ন নাথাকে
(b) ইয়াত Cl⁻ আয়ন নাথাকে
(c) ই জলীয় মাধ্যমৰ অভাৱত H⁺ আয়ন উৎপন্ন নকৰে
(d) ই মৃদু এচিড
উত্তৰ: (c) ই জলীয় মাধ্যমৰ অভাৱত H⁺ আয়ন উৎপন্ন নকৰে
ব্যাখ্যা: শুকান HCl গেছ জলীয় মাধ্যমৰ অভাৱত H⁺ আয়ন উৎপন্ন নকৰে, গতিকে লিটমাছৰ ৰং সলনি নহয়।
(a) প্ৰশমণ
(b) লঘুকৰণ
(c) জাৰণ
(d) বিজাৰণ
উত্তৰ: (b) লঘুকৰণ
ব্যাখ্যা: পানীত এচিড মিহলালে H⁺ আয়নৰ গাঢ়তা কমে, যাক লঘুকৰণ বোলে আৰু এচিডটোক লঘু এচিড।
(a) NaOH
(b) KOH
(c) NH₄OH
(d) Ca(OH)₂
উত্তৰ: (c) NH₄OH
ব্যাখ্যা: NH₄OH এ কম OH⁻ আয়ন উৎপন্ন কৰে, সেয়েহে ই মৃদু ক্ষাৰক।
MCQs (41-50) – এচিড, ক্ষাৰক আৰু লৱণ
Assertion-Reason Questions
কাৰণ (R): ধাতৱ কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ, পানী, আৰু CO₂ উৎপন্ন কৰে।
(a) A আৰু R দুয়োটা শুদ্ধ, আৰু R হ’ল Aৰ সঠিক ব্যাখ্যা
(b) A আৰু R দুয়োটা শুদ্ধ, কিন্তু R, Aৰ সঠিক বাখ্যা নহয়
(c) A শুদ্ধ, কিন্তু R ভুল
(d) A ভুল, কিন্তু R শুদ্ধ
উত্তৰ: (a) A আৰু R দুয়োটা শুদ্ধ, আৰু R হ’ল Aৰ সঠিক ব্যাখ্যা
ব্যাখ্যা: ধাতৱ কাৰ্বনেটে (যেনে Na₂CO₃) এচিডৰ সৈতে বিক্ৰিয়া কৰি CO₂, লৱণ, আৰু পানী উৎপন্ন কৰে।
কাৰণ (R): প্লাষ্টাৰ অৱ পেৰিছৰ ৰাসায়নিক সংকেত CaSO₄·2H₂O।
(a) A আৰু R দুয়োটা শুদ্ধ, আৰু R হ’ল Aৰ সঠিক ব্যাখ্যা
(b) A আৰু R দুয়োটা শুদ্ধ, কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়
(c) A শুদ্ধ, কিন্তু R ভুল
(d) A ভুল, কিন্তু R শুদ্ধ
উত্তৰ: (c) A শুদ্ধ, কিন্তু R ভুল
ব্যাখ্যা: প্লাষ্টাৰ অৱ পেৰিছে (CaSO₄·½H₂O) পানীৰ সৈতে বিক্ৰিয়া কৰি জিপছাম (CaSO₄·2H₂O)লৈ পৰিণত হয়।

Multiple Correct Answer Questions
(i) HCl
(ii) CH₃COOH
(iii) HNO₃
(iv) H₂CO₃
(a) i, iii
(b) ii, iv
(c) i, iv
(d) ii, iii
উত্তৰ: (a) i, iii
ব্যাখ্যা: HCl আৰু HNO₃ সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক H⁺ আয়ন উৎপন্ন কৰে, সেয়ে ইহঁত তীব্ৰ এচিড। CH₃COOH আৰু H₂CO₃ মৃদু এচিড।
(i) NaOH + H₂CO₃
(ii) HCl + NaOH
(iii) KOH + CH₃COOH
(iv) HCl + NH₄OH
(a) i, iii
(b) ii, iv
(c) i, iv
(d) ii, iii
উত্তৰ: (a) i, iii
ব্যাখ্যা: তীব্ৰ ক্ষাৰক (NaOH, KOH) আৰু মৃদু এচিড (H₂CO₃, CH₃COOH)ৰ বিক্ৰিয়াৰ ফলত ক্ষাৰকীয় লৱণ উৎপন্ন হয়।
(a) নেমুটেঙাৰ ৰস
(b) কফি
(c) ছ’ডিয়াম হাইড্ৰ’ক্সাইড
(d) ভিনেগাৰ
উত্তৰ: (c) ছ’ডিয়াম হাইড্ৰ’ক্সাইড
ব্যাখ্যা: ছ’ডিয়াম হাইড্ৰ’ক্সাইড হ'ল ক্ষাৰক, গতিকে ইয়াৰ pH 7 তকৈ বেছি।
(a) কেলছিয়াম কাৰ্বনেট
(b) ছ’ডিয়াম হাইড্ৰ’ক্সাইড
(c) কপাৰ ছালফেট
(d) জিপছাম
উত্তৰ: (b) ছ’ডিয়াম হাইড্ৰ’ক্সাইড
ব্যাখ্যা: ক্ল’ৰ’-এলকালি পদ্ধতিত NaOH, Cl₂, আৰু H₂ উৎপন্ন হয়।
(a) HCl
(b) NaCl
(c) NaOH
(d) CH₃COOH
উত্তৰ: (b) NaCl
ব্যাখ্যা: NaCl হ’ল প্ৰশম লৱণ, ইয়াৰ জলীয় দ্ৰৱৰ pH 7।
(a) NaOH
(b) HCl
(c) Na₂CO₃
(d) Ca(OH)₂
উত্তৰ: (b) HCl
ব্যাখ্যা: HCl এ পানীত H⁺ আয়ন উৎপন্ন কৰে। যিয়ে H₂Oৰ সৈতে সংযুক্ত হৈ H₃O⁺ গঠন কৰে।
(a) Na₂CO₃ + HCl
(b) NaOH + HCl
(c) Zn + H₂SO₄
(d) Ca(OH)₂ + CO₂
উত্তৰ: (b) NaOH + HCl
ব্যাখ্যা: NaOH (ক্ষাৰক) আৰু HCl (এচিড)ৰ মাজত বিক্ৰিয়াৰ ফলত লৱণ (NaCl) আৰু পানী উৎপন্ন হয়, যাক প্ৰশমন বিক্ৰিয়া বোলে।
(a) NaOH
(b) NaCl
(c) H₂SO₄
(d) Ca(OH)₂
উত্তৰ: (c) H₂SO₄
ব্যাখ্যা: H₂SO₄ হ’ল তীব্ৰ এচিড, ইয়াৰ জলীয় দ্ৰৱৰ pH 7 তকৈ কম হয়।
FAQs on SEBA Class 10 Science Chapter 2 MCQs: এচিড, ক্ষাৰক আৰু লৱণ
What is covered in SEBA Class 10 Science Chapter 2 MCQs: Acids, Bases and Salts?
SEBA Class 10 Science Chapter 2 MCQs on Acids, Bases and Salts cover key concepts such as properties of acids and bases, pH scale, indicators, neutralization reactions, and the uses of salts like baking soda, washing soda, and plaster of Paris. These MCQs are designed to help Assamese medium students prepare effectively for the HSLC 2026 exam with clear explanations in Assamese.
এচিড আৰু ক্ষাৰকৰ মাজত প্ৰধান পাৰ্থক্য কি?
এচিডে পানীত H⁺ আয়ন উৎপন্ন কৰে আৰু নীলা লিটমাছ ৰঙা কৰে, যেনে HCl, H₂SO₄। ক্ষাৰকে পানীত OH⁻ আয়ন উৎপন্ন কৰে আৰু ৰঙা লিটমাছ নীলা কৰে, যেনে NaOH, Ca(OH)₂। এচিডৰ সোৱাদ টেঙা, ক্ষাৰকৰ সোৱাদ তিতা।
pH স্কেল কি আৰু ইয়াৰ গুৰুত্ব কি?
pH স্কেল হৈছে এটা দ্ৰৱৰ আম্লিকতা বা ক্ষাৰকীয়তা জুখিবলৈ ব্যৱহাৰ কৰা এটা সংখ্যা, যাৰ মান 0ৰ পৰা 14। pH 7 হৈছে প্ৰশম, 7ৰ তলত আম্লিক আৰু 7ৰ ওপৰত ক্ষাৰকীয়। ইয়াৰ গুৰুত্ব হৈছে দ্ৰৱৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা, যেনে চিকিৎসা, কৃষি, আৰু শিল্পত।
প্ৰশমন বিক্ৰিয়া কি? উদাহৰণ দিয়ক।
প্ৰশমন বিক্ৰিয়া হৈছে এচিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়া, য’ত লৱণ আৰু পানী উৎপন্ন হয়। উদাহৰণ: NaOH + HCl → NaCl + H₂O। এই বিক্ৰিয়াত NaOH (ক্ষাৰক) আৰু HCl (এচিড) বিক্ৰিয়া কৰি NaCl (লৱণ) আৰু H₂O (পানী) উৎপন্ন কৰে।
What are the benefits of studying SEBA Class 10 Science Chapter 2: Acids, Bases and Salts?
Studying SEBA Class 10 Science Chapter 2 provides several benefits:
- Conceptual Clarity: Understands fundamental concepts like pH, neutralization, and properties of acids, bases, and salts.
- Exam Preparation: Prepares students for HSLC 2026 with practice through MCQs and detailed explanations.
- Practical Applications: Learns real-world applications like uses of baking soda, washing soda, and plaster of Paris.
- Foundation for Higher Studies: Builds a strong base for advanced chemistry topics in higher classes.
- Problem-Solving Skills: Enhances analytical skills through application-based and assertion-reason questions.