SEBA Class 10 Science Chapter 7 Detail Notes: Control and Coordination | নিয়ন্ত্ৰণ আৰু সমন্বয়

SEBA Class 10 Science Chapter 7 Notes Control and Coordination

SEBA Class 10 Science Chapter 7 Notes Control and Coordination are made for Assamese Medium students preparing for HSLC 2026. These notes explain the nervous system and hormonal control in a simple way.

These SEBA Class 10 Science Chapter 7 Notes Control and Coordination cover neurons, reflex action, receptors, brain-muscle coordination, and the endocrine system.

With clear diagrams and simple terms, SEBA Class 10 Science Chapter 7 Notes Control and Coordination help students learn about the spinal cord, neurotransmitters, and hormones like adrenaline and insulin.

These SEBA Class 10 Science Chapter 7 Notes Control and Coordination follow the latest SEBA and NCERT syllabus. They are perfect for quick revision and exam preparation.

Step-by-step content in SEBA Class 10 Science Chapter 7 Notes Control and Coordination builds concept clarity and helps students score well in the HSLC Science exam.

For official references, visit the NCERT Class 10 Science Book Chapter 7. Access the complete material at the SEBA Class 10 Science Chapter 7 Notes Control and Coordination page.

SEBA Class 10 Science Chapter 7 Notes: Control and Coordination | নিয়ন্ত্ৰণ আৰু সমন্বয়

✦ নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)

আমি কেনেকৈ নিজকে নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰি চলি থাকোঁ?

  • প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয় দুটা তন্ত্ৰৰ সহায়ত:
  • স্নায়ু তন্ত্ৰ (Nervous System)
  • অন্ত:স্ৰাৱী তন্ত্ৰ (Endocrine System)

মানৱ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰ্য

  • মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয়:
  • স্নায়ু কলা (Nervous Tissue)
  • পেশী কলা (Muscular Tissue)
Diagram of Control and Coordination Systems for SEBA Class 10 Science Chapter 7 Notes Control and Coordination

চিত্ৰ: নিয়ন্ত্ৰণ আৰু সমন্বয় তন্ত্ৰ

✦ মানৱ দেহৰ স্নায়ুতন্ত্ৰ (Human Nervous System)

স্নায়ুকলা (Nerve Tissue)

  • স্নায়ুকোষ বা নিউৰণ (Neuron):
  • স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰণেৰে গঠিত। নিউৰণ হ'ল স্নায়ুতন্ত্ৰৰ গাঁঠনিক আৰু কাৰ্যকৰী একক। আটাইতকৈ দীঘল কোষ।
  • নিউৰণ হ'ল বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত থকা এক বিশেষ কোষ।

গ্ৰাহক বা সংগ্ৰাহী (Receptor)

  • ই শৰীৰৰ ইন্দ্ৰিয় অংগ (যেনে ছাল, চকু, নাক, অন্ত কৰ্ণ, জিভা আদি)ত উপস্থিত থাকে, যিবোৰে উদ্দীপক গ্ৰহণ কৰে।
  • স্বাদসংগ্ৰাহী কোষ: খাদ্যৰ সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম হ’ল গাছটেট’ৰী (gustatory) গ্রাহক।
  • ঘ্ৰাণসংগ্ৰাহী কোষ (অ’লফেক্টৰী গ্রাহক, olfactory receptor): গোন্ধ অনুভৱ কৰে।
Diagram of Neuron Structure

চিত্ৰ: নিউৰণৰ গঠন

✦ নিউৰণৰ কাৰ্য (Function of Neuron)

  • নিউৰণবোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।

নিউৰণৰ প্ৰকাৰ আৰু ইয়াৰ কাৰ্য

  • সংজ্ঞাবাহী স্নায়ুকোষ:
  • এইবোৰ স্নায়ুকোষে সংগ্রাহক অংগৰ পৰা স্নায়ু উদ্দীপনা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে।
  • আজ্ঞাবাহী স্নায়ুকোষ:
  • এইবোৰ কোষে স্নায়ু প্রেৰণা বা নির্দেশ কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ (কাৰক) প্রেৰণ কৰে। অৰ্থাৎ পেশীলৈ।
  • পর্যায়ক বা অন্তৱর্তী স্নায়ুকোষ:
  • ইহঁতে সংজ্ঞাবাহী আৰু আজ্ঞাবাহীৰ মাজত পর্যায়ক্রমে স্নায়ু প্ৰেৰণা প্রেৰণ কৰে।

✦ আমাৰ দেহত স্নায়ুপ্ৰেৰণা কেনেদৰে প্ৰেৰিত হয়

  • স্নায়ুকোষৰ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা উদ্দীপনা সংগ্ৰহ কৰে আৰু ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে।
  • এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা কোষদেহলৈ গতি কৰে আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তলৈ গতিকৰে।
  • ইয়াৰ পিছত এক্সনৰ শেষ প্ৰান্তত এই বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত কৰে।
  • এই ৰাসায়নিক পদাৰ্থবোৰে ছাইনেপছৰ মাজেৰে পাৰহৈ পুনৰ আনটো স্নায়ুকোষৰ ডেনড্ৰাইটত আগৰ দৰে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে আৰু আকৌ ছাইনেপছৰ মাজেৰে পৰৱৰ্তী স্নায়ুকোষলৈ গতি কৰে।
  • এনেদৰেই স্নায়ুকোষৰ মাজেৰে উদ্দীপনাৰ প্ৰেৰণ ঘটে।
  • যেতিয়া এক্সনৰ প্ৰান্তীয় শাখা পাই তেতিয়া ই ছাইনেপচত এক ৰাসায়নিক পদাৰ্থ এৰি দিয়ে অৰ্থাৎ যিটো বাৰ্তা বৈদ্যুতিক প্ৰেৰণাহৈ আহে Neurotransmitter নামৰ কিছুমান মৌল লগ লাগি প্ৰেৰিত হয়: যেনে কিবা পুৰস্কাৰৰ ক্ষেত্ৰত Dopamine, টোপনি, ভোক, মানুহৰ আৱেগৰ ক্ষেত্ৰত Serotonin ইত্যাদি কিছুমান হ'ৰমন সেই বিশেষ বাৰ্তাটোৰ লগত সংযোগ হয় ছাইনেপছত।
  • এই ৰাসায়নিক পদাৰ্থবোৰ আকৌ বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰ হৈ প্ৰক্ৰিয়াটো চলি থাকে।
Diagram of Nerve Impulse Transmission

চিত্ৰ: স্নায়ুপ্ৰেৰণাৰ প্ৰক্ৰিয়া

✦ স্নায়ু কলাৰ কাৰ্য

Stimulus (উদ্দীপক)

  • পৰিৱেশত পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা উদ্দীপনা। যেনে: গৰম কেৰাহী, ঠাণ্ডা পানীৰ বটল, চিঞৰ-বাখৰ।

Receptor (সংগ্ৰাহক বা গ্ৰাহক)

  • এক প্ৰকাৰৰ কোষ বা বহুটো কোষৰ সমষ্টি যিবোৰ আমাৰ ইন্দ্ৰীয়সমূহত পোৱা যায়। যেনে: চকু, কাণ, নাক, ছাল, জিভা আদি। যি উদ্দীপবোৰ সংগ্ৰহ কৰে।

Effector (কাৰক)

  • উদ্দীপকৰ প্ৰতি সঁহাৰি জনাবলৈ মস্তিষ্কই কাৰক অৰ্থাৎ কিছুমান পেশীক নিৰ্দেশ দিয়ে আৰু কাৰকে লগে লগে উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
  • সকলো জীঢ়ই নিজৰ চৌপাশৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি আৰু প্ৰতিক্ৰিয়া কৰে।
  • যি পৰিবেশৰ পৰিৱৰ্তনৰ প্ৰতি জীঢ়ই প্ৰতিক্ৰিয়া আৰু বিক্ৰিয়া কৰে, সেই পৰিবৰ্তনক পোহৰ, তাপ, ঠাণ্ডা, শব্দ, গোন্ধ, স্পৰ্শ ইত্যাদি উদ্দীপক বোলে।
  • উদ্ভিদ আৰু প্ৰাণী দুয়োটাই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় যদিও বেলেগ ধৰণেৰে।
📘 SEBA ৰ বৰ্তমানৰ আৰ্হিত সুন্দৰকৈ প্ৰস্তুত কৰা আটাইখিনি Notes পাবলৈ আৰু বাকী পাঠবোৰৰ সাৱলীলভাৱে প্ৰস্তুত কৰা Detail Notes পাবলৈ তলৰ Course টোত Join কৰা।

🎁 Coupon Code: Gem100 ব্যৱহাৰ কৰা।

Enroll in Our Class 10 Science Course!

Unlock the full SEBA Class 10 Science Chapter 7 – Control and Coordination experience with beautifully designed diagrams, detailed notes, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Course for SEBA Class 10 Science Chapter 7 Control and Coordination
Enroll Now

Class 10 Science Detail Notes Course FAQs

Course Details

Summary: This course is a complete package for SEBA Class 10 Science. It covers Physics, Chemistry, and Biology chapters with Assamese-medium explanations, diagrams, MCQs, previous year questions, and practice sets—all in one place for HSLC 2026.

Course Benefits

Summary: Get expert-made notes, interactive quizzes, downloadable PDFs, chapter-wise videos, and exam-focused MCQs. Designed for complete understanding and high score in Class 10 SEBA exams.

What You'll Learn

Summary: You will master chapters like Control and Coordination, Periodic Table, Heredity, etc., with topic-wise videos, animations, NCERT-based questions, and bilingual (English–Assamese) support.

Duration & Format

Summary: Self-paced online course accessible anytime. Notes and videos available 24×7 with lifetime access after enrollment. Study at your own speed!

Who Should Join

Summary: Ideal for Class 10 SEBA students (Assamese Medium), especially those preparing for HSLC 2026. Also suitable for students who want visual learning, practice materials, and full revision help.

Explore More

Chapter Resources
Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter 11: মানুহৰ চকু আৰু বৰ্ণিল পৃথিৱী
Chapter 9: বংশগতি আৰু ক্ৰমবিকাশ
Chapter 5: মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
Additional Resources