SEBA Class 10 Science Chapter 9 Detail Notes: Heredity and Evolution | বংশগতি আৰু ক্ৰমবিকাশ

SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution (বংশগতি আৰু ক্ৰমবিকাশ) for HSLC 2026

Get the updated and concise SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution for HSLC 2026. These notes are tailored for SEBA students to understand heredity and evolution using simple language and logical explanations. SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution cover Mendel’s experiments, DNA, genes, chromosomes, and variations.

These SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution also explain inherited and acquired traits, dominant and recessive characters, and how genetic information is passed across generations. Designed as per the latest SEBA syllabus and NCERT guidelines, the notes include key diagrams and definitions to help Assamese medium students understand the chapter clearly and prepare for exams effectively.

Whether revising or learning new, SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution are your trusted resource for building a strong base. For deeper study, check the official NCERT Class 10 Science Book. Also, boost your practice with Chapter 9 Question Answers related to SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution.

SEBA Class 10 Science Chapter 9 Notes: Heredity and Evolution | বংশগতি আৰু ক্ৰমবিকাশ

✦ বংশগতি (Heredity)

  • যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃমাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাবে পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হয় তাক বংশগতি (Heredity) বোলে।

বংশগতি বিদ্যা (Genetics)

  • বংশগতি আৰু প্ৰকাৰণৰ বিষয়ে কৰা অধ্যয়ন।

বংশগতিবিদ্যাৰ জনক (Father of Genetics)

  • গ্ৰেগৰ জোহান মেণ্ডেল।
Diagram of Heredity and Evolution for SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution

চিত্ৰ: বংশগতি আৰু ক্ৰমবিকাশ

✦ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ

  • আৰ্জিত চৰিত্ৰ: পিতৃ-মাতৃৰ পৰা সতি-সন্ততিলৈ প্ৰবাহিত নহয়। জন্মৰ পাছত আহৰণ কৰা চৰিত্ৰ। যেনে - জ্ঞান আহৰণ, ওজন বঢ়োৱা, গাড়ী চলোৱা।
  • বংশানুক্ৰমিক চৰিত্ৰ: বংশগতভাৱে প্ৰবাহিত হয়। জন্মৰ লগে লগে পিতৃ-মাতৃৰ পৰা জিনীয়ভাৱে আহৰণ কৰা চৰিত্ৰ। যেনে - ছালৰ বৰণ, চকুৰ ৰং, নাকৰ আকাৰ।

✦ প্ৰকাৰণ (Variation)

  • বিভিন্ন জীৱৰ মাজত থকা পাৰ্থক্য বা বৈসাদৃশ্যক প্ৰকাৰণ বোলে।

প্ৰকাৰণৰ প্ৰয়োজনীয়তা

  • কোনো জীৱক অভিযোজনত সহায় কৰে।
  • ই জীৱৰ প্ৰজাতিবোৰক জীয়াই থাকিবলৈ সক্ষম কৰি তোলে।
  • ক্ৰমবিকাশৰ মূল ভিত্তি হ'ল প্ৰকাৰণ।

✦ ক্ৰম'জ'ম (Chromosome)

  • ই কোষকেন্দ্ৰত থাকে।
  • ক্ৰম'জ'মবোৰ DNA আৰু প্ৰ'টিনেৰে গঠিত।
  • ক্ৰম'জ'মবোৰে DNA-ত নিহিত থকা বংশগত বৈশিষ্ট্য সমূহ পৈত্ৰিক জনুৰ পৰা পৰবৰ্তী জনুলৈ কঢ়িয়াই নিয়ে।
  • প্ৰত্যেক ক্ৰ'মজমৰ দুটাকৈ প্ৰতিলিপি থাকে। তাৰে এটা পিতৃৰ ফালৰ আৰু আনটো মাতৃৰ ফালৰ পৰা আহে।
Diagram of Chromosome Structure for SEBA Class 10 Science Chapter 9 Notes Heredity and Evolution

চিত্ৰ: ক্ৰম'জ'মৰ গঠন

✦ DNA

  • DNA ৰ কাৰ্যকৰী একক হ'ল জিন (Gene)।
  • জিনতেই কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে।

✦ গ্ৰেগৰ জোহান মেণ্ডেল

  • বংশগতিবিদ্যাৰ জনক (Father of Genetics): গ্ৰেগৰ জোহান মেণ্ডেল।
  • মেণ্ডেলে পৰীক্ষাৰ বাবে মটৰ মাহ বাচি লৈছিল। মটৰ মাহৰ বৈজ্ঞানিক নাম: Pisum sativum।

মেণ্ডেলে কিয় মটৰ মাহ বাচি লৈছিল?

  • কাৰণ মটৰ মাহৰ চাৰিত্ৰিক বৈশিষ্টবোৰ সহজে চিনাক্ত কৰিব পৰা যায়। যেনে - মটৰ মাহৰ গছজোপা হয় ওখ হ'ব নহ'লে চাপৰ হ'ব।
  • সহজে বৃদ্ধি হয় আৰু কম সময়ৰ ভিতৰত বহুতো পৰীক্ষা কৰিব পৰা যায়।
  • মটৰ মাহক স্ব-পৰাগযোগ কৰিবলৈ একেবাৰে সহজ।

মেণ্ডেলে কি কৰিছিল?

  • মেণ্ডেলে বেলেগ বেলেগ চাৰিত্ৰিক বৈশিষ্টৰ কিছুমান মটৰ মাহ লৈছিল যেনে ওখ আৰু চাপৰ মটৰ মাহ, ঘূৰণীয়া-সোতোৰা বীজ আৰু হালধীয়া-সেউজীয়া বীজৰ মটৰ মাহ আদি লৈ সিহঁতৰ মাজত পৰাগযোগ আৰু স্ব-পৰাগযোগ ঘটাই F₁ আৰু F₂ জনুত সৃষ্টি হোৱা গছৰ দৈৰ্ঘ্য, ফুলৰ বৰণ আদি পৰীক্ষা কৰিছিল আৰু লক্ষণবোৰ পৰ্যবেক্ষণ কৰিছিল।
Diagram of Mendel's Experiment with Pea Plants for SEBA Class 10 Science Chapter 9 Notes

চিত্ৰ: মেণ্ডেলৰ মটৰ মাহৰ পৰীক্ষা

✦ প্ৰভাৱী আৰু অপ্ৰভাৱী লক্ষণ

প্ৰভাৱী লক্ষণ (Dominant Character)

  • মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F₁ জনুত প্ৰকাশ পোৱা লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে।

অপ্ৰভাৱী বা পৰাহত লক্ষণ (Recessive Character)

  • মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F₁ জনুত প্রকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।

চাৰিত্ৰিক বৈশিষ্ট্যৰ উদাহৰণ

  • কাণ্ডৰ উচ্চতা: প্ৰভাৱী - ওখ (TT), অপ্ৰভাৱী - চাপৰ (tt)
  • ফুলৰ বৰণ: প্ৰভাৱী - বেঙুনীয়া, অপ্ৰভাৱী - বগা
  • বীজৰ বৰণ: প্ৰভাৱী - হালধীয়া (YY), অপ্ৰভাৱী - সেউজীয়া (yy)
  • বীজৰ আকৃতি: প্ৰভাৱী - ঘূৰণীয়া (RR), অপ্ৰভাৱী - সোতোৰা (rr)
📘 SEBA ৰ বৰ্তমানৰ আৰ্হিত সুন্দৰকৈ প্ৰস্তুত কৰা আটাইখিনি Notes পাবলৈ আৰু বাকী পাঠবোৰৰ সাৱলীলভাৱে প্ৰস্তুত কৰা Detail Notes পাবলৈ তলৰ Course টোত Join কৰা।

🎁 Coupon Code: Gem100 ব্যৱহাৰ কৰা।

Enroll in Our Class 10 Science Course!

Unlock the full SEBA Class 10 Science Chapter 9 – Heredity and Evolution experience with beautifully designed diagrams, detailed notes, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Course for SEBA Class 10 Science Chapter 9 Heredity and Evolution
Enroll Now

Class 10 Science Detail Notes Course FAQs

Course Details

Summary: This course is a complete package for SEBA Class 10 Science. It covers Physics, Chemistry, and Biology chapters with Assamese-medium explanations, diagrams, MCQs, previous year questions, and practice sets—all in one place for HSLC 2026.

Course Benefits

Summary: Get expert-made notes, interactive quizzes, downloadable PDFs, chapter-wise videos, and exam-focused MCQs. Designed for complete understanding and high score in Class 10 SEBA exams.

What You'll Learn

Summary: You will master chapters like Heredity and Evolution, Control and Coordination, Periodic Table, etc., with topic-wise videos, animations, NCERT-based questions, and bilingual (English–Assamese) support.

Duration & Format

Summary: Self-paced online course accessible anytime. Notes and videos available 24×7 with lifetime access after enrollment. Study at your own speed!

Who Should Join

Summary: Ideal for Class 10 SEBA students (Assamese Medium), especially those preparing for HSLC 2026. Also suitable for students who want visual learning, practice materials, and full revision help.

Explore More

Chapter Resources
Chapter 5: মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter 9: বংশগতি আৰু ক্ৰমবিকাশ
Chapter 11: মানুহৰ চকু আৰু বৰ্ণিল পৃথিৱী
Additional Resources